• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰ ষ্টেট বেংকৰ সন্মুখত পুনৰ দিন ডকাইতিৰ কাণ্ড

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 18, 2019 7:06 pm
kkk
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখাৰ সন্মুখত পুনৰ দিন ডকাইতিৰ কাণ্ড সংঘটিত হয়। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দেৱকান্ত ৰাজখোৱা নামৰ লোকজনৰ এ এছ ০২ এছ – ৯৮৪৭ নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীখনৰ খিৰিকীৰ গ্লাচ ভাঙি অচিনাক্ত দুৰ্বৃত্তই লুটি নিলে ২ লাখ ৫৫ হাজাৰ টকা।

ঘটনাৰ বিৱৰণি মতে ৰাজখোৱাই দুখন চেকৰ জৰিয়তে বেংকৰ পৰা টকাখিন উঠাই নিজ গাড়ীত থৈ প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গাড়ীখনৰ সমুখৰ বাঁওফালৰ আসনৰ খিৰিকীৰ গ্লাছ ভাঙি দুই লক্ষাধিক টকা লৈ উধাও হয়। পিছত পুনৰ গৰাকী ৰাজখোৱা গাড়ীখনলৈ উভটি আহি ভঙা গ্লাছ দেখিহে টকা নোহোৱাতো জানিব পাৰে।

Apply Now

লগে লগে ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব‍্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰ্য্যন্ত কোনো ধৰণৰ ফলাফল লাভ কৰা নাই।

অৱশ্যে বেংকৰ চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও এই পৰ্য‍্যন্ত কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই কলিয়াবৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলতো কলিয়াবৰৰ এই ষ্টেট বেংকৰ পৰাই কলিয়াবৰৰ চতিয়াল তেল ডিপুৰ মেনেজাৰ ৰাজ কিৰণ কুমাৰে নগদ দুই লাখ ত্ৰিশ হাজাৰ টকা বেংকৰ পৰা উলিয়াই কাৰ্য্যালয়লৈ যাবলৈ লওঁতেই বেংকৰ সন্মুখৰ পৰা তেওঁৰ টকা ভৰ্ত্তি বেগটো দুৰ্বৃত্তই কাঢ়ি লৈ উধাও হৈছিল।

আজিও একেদৰে কলিয়াবৰ ষ্টেট বেংকৰ সন্মুখত এনেদৰেই দিন ডকাইতি হোৱাৰ ঘটনাই কলিয়াবৰ ষ্টেট বেংকৰ গ্ৰাহক সকল যে সুৰক্ষিত নহয় সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd