• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট অভিনেত্ৰী বিনা বৰা দাসক অসম সাহিত্য সভাৰ সম্বৰ্ধনা

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , October 3, 2019 10:53 am

1 min read

বিশিষ্ট অভিনেত্ৰী বিনা বৰা দাসক অসম সাহিত্য সভাৰ সম্বৰ্ধনা
11.2k
VIEWS
Share on FacebookShare on Twitter

অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ পৰিমণ্ডলৰ সৈতে মৈত্ৰি বন্ধন সমিতিয়ে কালি ২ অক্টোবৰত এসময়ত বহু নাটকত বলিষ্ঠ অভিনয় কৰা বিনা বৰা দাসক তেওঁৰ বৰপেটাৰ মেটুৱা কুচিস্থিত বাসভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম সাহিত্য সভাৰ হৈ সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাই অভিনেত্ৰী গৰাকীক সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অসমৰ ভাষা, সাহিত্য, কলা, সংস্কৃতিত অৰিহণা যোগোৱা প্ৰতিজন ব্যক্তিৰ অৱদানক নূন্যতম স্বীকৃতি দিয়াৰ বাবে সাহিত্য সভাৰ এক প্ৰয়াস বুলি শৰ্মাই কয়।

আনহাতে সম্বৰ্ধনা গ্ৰহণ কৰি বিনা বৰা দাসে অভিভূত হৈ পৰে আৰু তেওঁক এনেদৰে স্বীকৃতি দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। নটসূৰ্য ফণী শৰ্মাৰ সৈতে ছিৰাজ নাট মঞ্চস্থ কৰা আদি বহু কথা মনত পেলাই বিশিষ্ট অভিনেত্ৰী গৰাকী আবেগিক হৈ পৰে।

সম্বৰ্ধনা অনুষ্ঠানত সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক মনিক আহমেদ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গোবিন্দ তালুকদাৰ, বৰপেটা শাখা সাহিত্য সভাৰ সভাপতি উদ্ধৱ দাস আদি কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে।

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd