• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ বহাগ হওক জাতি আৰু ভাষাৰ হকে সংকল্পৰ বহাগ : অসম সাহিত্য সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2019 5:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিজন অসমীয়ালৈ ৰঙালী বিহুৰ ওলগ জনাই অসম সাহিত্য সভাই আজি গুৱাহাটীৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত ‘আমাৰ উৎসৱ আমাৰ ভৱিষ্যৎ..’ নামৰ এক বিহুৰ ওলগ জ্ঞাপন অনুষ্ঠান আয়োজন কৰে।

অনুষ্ঠানটো শুভাৰম্ভ কৰি সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় ‘বিহু প্ৰতিজন অসমীয়াৰ তেজত প্ৰৱাহমান। বাৰেবৰণীয়া অসমীয়া জাতি-জনগোষ্ঠীৰ মৈত্ৰী-সম্প্ৰীতিৰ ঘাই শিপাডাল এই বিহুৱেই সুদৃঢ় কৰি ৰাখিছে। সেয়ে সম্প্ৰীতিৰ প্ৰতীক বিহু পাৰভঙা উছাহ, সীমাহীন আনন্দৰ ঢল। এই আনন্দৰ দিনত অসম তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিগৰাকী অসমীয়ালৈ আমি ৰঙালী বিহুৰ মৰম আৰু ওলগ জনাইছো’।

Apply Now

তেওঁ লগতে কয়, ‘শান্তি-সমৃদ্ধিৰ নতুন আশাৰ লগতে এইবেলিৰ ব’হাগ হওক জাতি আৰু ভাষাৰ হকে সংকল্পৰ ব’হাগ। জাতি-জনগোষ্ঠী, বৰ্ণ-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে নিজকে অসমীয়া বুলি গৌৰৱ কৰক আৰু আজিৰ দিনটোৰ পৰাই গৌৰৱেৰে মাতৃভাষা ব্যৱহাৰ কৰি আনন্দ অনুভৱ কৰক’।

আদৰণি ভাষণত প্ৰধান সম্পাদক পদুম ৰাজখোৱাই যুগ যুগ ধৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ এনাজৰীৰে বান্ধি ৰখা অসমীয়া ভাষাক ঘৰে-বাহিৰে সকলোতে ব্যৱহাৰ কৰি বৃহত্তৰ অসমীয়া জাতিক অধিক সমৃদ্ধ কৰিবলৈ আহ্বান জনায়। এইবাৰ ব’হাগে  ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰেম-মৈত্ৰী আৰু ভাতৃত্ববোধ অধিক সুদৃঢ় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ মুকলি ক্ষেত্ৰত হোৱা আৰম্ভণি অনুষ্ঠানত চতুৰ্থ অসম বেটেলিয়নৰ বিহুৱা দলে বিহু নৃত্য পৰিৱেশন কৰি সাহিত্য সভাৰ চৌহদ মুখৰিত কৰি তোলে।

অনুষ্ঠানত জনপ্ৰিয় শিল্পী বিদ্যাসাগৰে নাচনীৰ নাচৰ তালে তালে এটি বিহুগীত পৰিৱেশন কৰাৰ লগতে অসমৰ বাপতিসাহোন ৰঙালী বিহুক কোনোৱেও যাতে বিকৃত ৰূপ নিদিয়ে তাৰবাবে অনুৰোধ জনায়।

উক্ত অনুষ্ঠানতে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰু¸ৱজ্যোতি বৰা, কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপককুমাৰ শৰ্মা, সাহিত্যাচাৰ্য ড০ উপেন্দ্ৰনাথ শৰ্মা, ভাষাচাৰ্য ৰমেশ পাঠক, পদ্মশ্ৰী সন্মানপ্ৰাপক সূৰ্য হাজৰিকা, শিল্পী মনিষা হাজৰিকাকে ধৰি কেইবাগৰাকী ব্যক্তিক বিহুৱান আৰু অন্যান্য সামগ্ৰীৰে ওলগ জনায়।

ইয়াৰ উপৰি অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত সাহিত্য সভাই প্ৰকাশ কৰা ‘মই মাতৃভাষা অসমীয়া ভাষা ব্যৱহাৰ কৰোঁ’ শীৰ্ষক ব্যক্তিগত বাহনত ব্যৱহাৰ কৰিব পৰা প্ৰচাৰ পত্ৰ আৰু অসম সাহিত্য সভাৰ সুদৃশ্য বৰ্ষপঞ্জীও উন্মোচন কৰা হয়।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিৰ জৰিয়তে সাহিত্য সভাই আজিৰ অনুষ্ঠানটোলৈ বিহু দল প্ৰেৰণ কৰি সহযোগিতা আগবঢ়োৱাৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু আৰক্ষী বিষয়া নন্দ সিং বৰকলাক ধন্যবাদ জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd