• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ দৰে অসমতো খিলঞ্জীয়া ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ আহ্বান সাহিত্য সভাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 23, 2019 11:23 am

1 min read

Sivasagar: Asom Sahitya Sabha falicitated educationists, social workers on the first day of Assamese new year

প্ৰতিনিধিত্বমূলক ছবি

4.2k
VIEWS
Share on FacebookShare on Twitter

আইন প্ৰণয়নৰ যোগেদি মহাৰাষ্ট্ৰৰ চি বি এছ ই, আই চি এছ ই-কে ধৰি সকলো বিদ্যালয়ত মাৰাঠী ভাষাৰ শিক্ষা বাধ্যতামূলক কৰাৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশে অলপতে বিধান পৰিষদত কৰা ঘোষনাক বিপুলভাৱে আদৰণি জনাইছে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ দায়িত্বশীল মুখ্য মন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নবিশে মাৰাঠী ভাষা ৰক্ষাৰ ক্ষেত্ৰত গভীৰ তৎপৰতাৰে গ্ৰহণ কৰা এই ব্যৱস্থাই আশাপদ ভূমিকা পালন কৰিব।

বিবৃতিটোত ৰাজবংশীয়ে মহাৰাষ্ট্ৰৰ দৰে অসমতো মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম সাহিত্য সভা, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু অসম চৰকাৰৰ ভাষা বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰায় এক বছৰৰ পূৰ্বে চূড়ান্ত কৰা ভাষা নীতিৰ অধীনত অসমৰ চি বি এছ ই, আই চি এছ ই-কে ধৰি সকলো বিদ্যালয়তে অসমীয়া ভাষা তথা অন্যান্য খিলঞ্জীয়া ভাষাসমূহৰ দ্বাৰা বাধ্যতামূলক শিক্ষা প্ৰদানৰ নিমিত্তে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

সেই উদ্দেশ্যে আগন্তুক বিধানসভা অধিৱেশনতে অসমত ৰাজ্যভাষা আইন কাৰ্যকৰীকৰণৰ বাবে সভাই মুখ্য মন্ত্ৰীক দাখিল কৰা প্ৰস্তাৱ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd