• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

২১ ছেপ্তেম্বৰৰ পৰা খুলিব ৰাজ্যৰ বিদ্যালয়, চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা, কি আছে নতুন নিৰ্দেশনাত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 18, 2020 7:28 pm

2 min read

1-10-750x375
587
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে মাৰ্চ মাহৰ পৰাই বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ ২১ ছেপ্তেম্বৰৰ পৰা খোলাৰ দিহা কৰা হৈছে।

নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’বলগীয়া শ্ৰেণীসমূহৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে।

কি আছে চৰকাৰৰ নতুন নিৰ্দেশনাত চাওঁ আহক—

প্ৰথম ১৫ দিনৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা বাহাল থাকিব আৰু ১৫ দিনৰ পিচত চৰকাৰে পৰিস্থিতি পৰ্যালোচনা কৰি যাৱতীয় সংশোধনীৰ ব্যৱস্থা কৰিব।

নৱম আৰু দ্বাদশ শ্ৰেণীৰ বাবে সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে পাঠদান কৰা হ’ব।

দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ,বৃহস্পতিবাৰ আৰু শনিবাৰে।

প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থীসকলক দুটা ভাগত ভগাই পাঠদান কৰা হ’ব আৰু শ্ৰেণীত যদি শিক্ষাৰ্থীৰ সংখ্যা ২০ গৰাকীতকৈ কম থাকে তেন্তে কোনো ভাগ কৰা নহ’ব।

প্ৰথম বেটছৰ শিক্ষাৰ্থীসকলে পুৱা ৯ বজাত বিদ্যালয়লৈ আহি দিনৰ ১২ বজালৈ বিদ্যালয়ত থাকিব লাগিব।

দ্বিতীয় বেটছৰ শিক্ষাৰ্থীৰ পাঠদান হ’ব দিনৰ ১ বজাৰ পৰা ৪ বজালৈ।

বিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকলে অভিভাৱকৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ লগত আনিব লাগিব।

বিদ্যালয়ত শিক্ষক-অনা শিক্ষক কৰ্মীৰ সংখ্যা ৫০ শতাংশ হ’ব লাগিব।

বৃক্কৰ সমস্যা,টাইপ-২ মধুমেহ,হৃদযন্ত্ৰৰ অস্ত্ৰপোচাৰ কৰা,কৰ্কট ৰোগত আক্ৰান্ত শিক্ষকসকলক পাঠদানৰ পৰা ৰেহাই দিয়া হ’ব।

কমেও ৫ ফুটৰ শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখিব লাগিব।

মুখত মাস্ক মৰাটো বাধ্যতামূলক।

ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিব লাগিব লগতে সঘনে চাবোনেৰে হাত ধুব লাগিব।

য’তে-ত’তে থু-খেকাৰ পেলাব নোৱাৰিব।

য’ত সম্ভৱ হয় তাত AarogyaSetu App ডাউনলোড কৰি ল’ব লাগিব।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd