• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অদীপ ফুকনসহ ৪জন জাতীয়তাবাদী নেতাৰ অসম সংগ্ৰামী মঞ্চত যোগদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 4, 2019 1:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অদীপ ফুকনে আজি আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চত আনুষ্ঠানিকভাৱে যোগদান কৰে। অসম সাহিত্য সভাৰ গুৱাহাটীৰ কার্যালয়ত দলটোৰ সভাপতি দিগন্ত কোঁৱৰ আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি বেজবৰুৱাই ফুকনক দলৰ মজিয়ালৈ স্বাগতম জনায়।

যোগদানৰ পিছতে তেওঁক দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়।

Apply Now

অদীপ ফুকনৰ লগতে দলটোত জাতীয়তাবাদী যুৱ পৰিষদৰ জন্মদাতা বিমল প্ৰসাদ চৌধুৰী, অগপৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক দিৱস ফুকন আৰু  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন প্ৰতিষ্ঠাপক বিষয়ববীয়া ৰবীন দত্তই যোগদান কৰে।

ইয়াৰে বিমল প্ৰসাদ চৌধুৰীক জ্যেষ্ঠ উপ সভাপতিৰ আৰু ৰবীন দত্তক উপ সভাপতিৰ দায়িত্ব দিয়া হয়।

আজি যোগদান কৰি অদীপ ফুকনে কয়, ‘আজিকালি চকী ৰক্ষাৰ ৰাজনীতি, চৰকাৰী ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি চলি আছে। এই বিলাকক উফৰাবলৈ ৰাজনৈতিক জাতীয়তাবাদী সংগ্ৰামৰ প্ৰয়োজন। জনগণৰ বাবে মাত মতা ৰাজনৈতিক সংগঠন খুব কমেই দেখা যায়। সংগ্ৰামী মঞ্চই ৰাইজৰ হকে মাত মাতি যাব।‘

‘এই চৰকাৰৰ দিনত উচ্চ শিক্ষাৰ প্ৰসাৰ নহ’ল, প্ৰচাৰ হে হ’ল, শিল্পায়ন বিকাশ নহ’ল, কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে। অসমৰ চাহ বাগিচা ডাঙৰ ডাঙৰ কোম্পানীয়ে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।‘-তেওঁ লগতে কয়।

আনহাতে প্ৰাক্তন অগপ নেতা দিৱস ফুকনে কয়, ‘অগপই অসম আৰু অসমীয়াক প্ৰতাৰণা কৰিলে। ক্ষমতাৰ লোভ এৰিব নোৱাৰি পুনৰবাৰ বিজেপিৰে মিত্ৰতা কৰিলে অগপই। জাতীয়তাবাদী সংগ্ৰাম আগুৱাই নিবলৈ অসম সংগ্ৰামী মঞ্চ একমাত্ৰ স্থান। জাতীয়তাবাদী শক্তিক একত্ৰিত কৰি আগুৱাই নিব চেষ্টা কৰিম।‘

ৰবীন দত্তই কয়, ‘আপোচবিহীন সংগ্ৰামৰ বাবে উপযুক্ত স্থান বা দল হ’ল অসম সংগ্ৰামী মঞ্চ। ৰাইজৰ আন্দোলন সদনৰ মজিয়ালৈ লৈ যাবলৈ তথা জীৱনৰ বাকী থকা সময়খিনি ৰাইজৰ সেৱা কৰিবলৈ মই এই দলত যোগদান কৰিছো।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd