• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ আন এগৰাকী কণ্ঠশিল্পীৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু : জিএনআৰচিত হৈ আছিল চিকিৎসাধীন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 1, 2021 11:08 am
Parbin Pori
1.8k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ পিছতে ৰাজ্যৰ আন এগৰাকী কণ্ঠশিল্পীৰ কোভিডত আক্ৰান্ত হৈ আজি মৃত্যু হৈছে।

নৱ প্ৰজন্মৰ প্ৰতিভশালী কণ্ঠশিল্পী পাৰবিন পৰীয়ে গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু সাৱটি লৈছে।

জানিব পৰা মতে ৰোজা ৰাখি গীত পৰিবেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰিছিল পাৰবিন।

হৃদৰোগত হৈ আক্ৰান্ত থকা কণ্ঠশিল্পীগৰাকী কোভিডত আক্ৰান্ত হোৱা বুলিও জানিব পৰা গৈছে।

স্মৰ্তব্য যে দুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈ কণ্ঠশিল্পী পাৰবিন পৰীৰ পিতৃৰো মৃত্যু হৈছিল।

কোভিডত আক্ৰান্ত হৈ বহুকেইগৰাকী শিল্পী তথা সাংবাদিকে মৃত্যুক আঁকোৱালি লোৱা বিষয়টোৱে সকলো মহলতে শোকৰ ছাঁ পেলাইছে।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৩২ বছৰ।

শনিবাৰে পুৱতি নিশাই তেওঁ মৃত্যুক আঁকোৱালি লোৱা বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ অনুৰাগীসকল শোকত ভাগি পৰিছে।

Tags: COVID-19

Recent News

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd