• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

খং এতিয়াও উঠি আছে, ধুলাই দিলে সকলোৱে গম পাব : কাৰ ওপৰত ইমান খং জুবিনৰ?

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 4, 2019 6:05 pm

1 min read

1.7k
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ কাৰ ওপৰত খং জুবিনৰ? কাক ধুলাই দিলে হেতেন জুবিনে? গোলাঘাটৰ খঙৰ ক্ষোভ উজাৰিলে সোণাৰীত। শুকুৰবাৰে চৰাইদেউ জিলাৰ সেণাৰীত আছুৰ উদ্যোগত অনুষ্ঠিত বিহু সন্মিলনত এইদৰে নিজৰ ক্ষোভ উজাৰিলে জুবিনে।

গীত গোৱাৰ মাজতে জুবিনে কয় তেওঁৰ ‘কথা এটাত খং উঠি আছে। ইয়াত নহয়, গোলাঘাটত। গোলাঘাটৰ জিমখানা ৰিজৰ্টত’। কিবা কথাত ৰিজৰ্টখনৰ মালিকৰ সৈতে কাজিয়া হৈছিল বুলি উল্লেখ কৰি জুবিনে কয় যে লগত গৰিমা গাৰ্গ আছিল বুলিহে একো নকৰিলে, নহ’লে মালিকক ধুলাই দিলে হেতেন।

‘এদিন গৈ তেওঁক ধুলাই দিমেই। যাক ধুলাই দিও বুলি কওঁ, তাক ধুলাই দিওৱেই মই। খং এতিয়াও উঠি আছে। ধুলাই দিলে সকলোৱে গম পাব। নিউজত ওলাব।’ জুবিনে হেড লাইনও কলে ‘ধুলাই দিলে জুবিনে’।

আনহাতে অনুষ্ঠানটোত মায়াবিনী গীতটো গাই আবেগিক হৈ জুবিনে কয়, ‘মোৰ আটাইটকৈ প্ৰিয় গীত এইটো। এই গীতটো মই মোৰ মাক লৈ গোৱা। বহুতে কয় জুবিনে ছোৱালীক লৈ গান গায়। কিন্তু মই ছোৱালীক নহয় নিজৰ মাক লৈহে গান গাও’।

ইয়াৰ পিছত পুৱতি নিশালৈকে দৰ্শকক নচোৱাই এটা এটাকৈ নিজৰ হিট গান গালে জুবিনে। গীতৰ লগতে তেওঁক মাজে মাজে ঢোল, ড্ৰাম বজোৱাও দেখা গ’ল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd