• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নাগৰিকত্ব আইনৰ বিৰোধিতাত বাংগালুৰত থকা অসমীয়া সমাজৰ প্ৰতিবাদ

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , December 14, 2019 4:41 pm

1 min read

নাগৰিকত্ব আইনৰ বিৰোধিতাত বাংগালুৰত থকা অসমীয়া সমাজৰ প্ৰতিবাদ
3.5k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত চলি থকা আন্দোলনে অসম তথা উত্তৰ-পূবৰ বাহিৰেও ভাৰতৰ আন ৰাজ্যসমূহলৈ প্ৰসাৰতা লাভ কৰিছে।

বাংগালুৰত থকা অসমীয়া সমাজ ‘আছাম চ’চাইটি অৱ বাংগালুৰ’-এ শনিবাৰে নাগৰিকত্ব আইনৰ বিৰুদ্ধে এক শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে।

বাংগালুৰৰ অসমীয়া সমাজৰ সাধাৰণ সম্পাদক হিৰক জ্যোতি কাকতিয়ে কয়, ‘আমি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰো, আমাৰ দাবী পূৰণ নোহোৱালৈকে আমি প্ৰতিবাদ চলাই যাম।‘

উল্লেখযোগ্য যে নাগৰিকত্ব আইন বিৰোধী আন্দোলনত অসমত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ আক্ৰমণত বৰ্তমানলৈকে চাৰিগৰাকী অসমীয়া লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে।

তদুপৰি আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে অসমত ১১ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ পাছত আজি পুনৰ ১৬ ডিচেম্বৰলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতত নাগৰিকত্ব আইনক লৈ চলি থকা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা, কানাডা আৰু ফ্ৰান্সে তেওঁলোকৰ দেশৰ নাগৰিকসকলক সতৰ্ক কৰি দিছে।

Recent News

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ

কুমাৰ ছাংগাকাৰাক ডিৰেক্টৰ অফ ক্ৰিকেট নিযুক্তি ৰাজস্থান ৰোয়েলছ দলৰ

ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা

ৱেব ছিৰিজ ‘তাণ্ডৱ’ৰ নিৰ্মাতাৰ জিভা কাটি অনা লোকলৈ এক কোটি টকাৰ পুৰস্কাৰ ঘোষণা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd