DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰ কঁপাব সহস্ৰাধিক SPO জোৱানে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2019 8:00 pm
618
VIEWS
Share on FacebookShare on Twitter

অহা ২৫ ছেপ্টেম্বৰত পোনপটীয়াভাৱে নিযুক্তি দি চাকৰি নিয়মীয়াকৰণৰ দাবীত ১২১৪ গৰাকী SPO জোৱানে প্ৰতিবাদেৰে উত্তাল কৰিব দিচপুৰ লাষ্ট গেট।

আজি এখন সংবাদমেল সম্বোধন কৰি অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিয়ে এই কথা জনায়।

সংবাদমেলতে সংগঠনটোৰ সম্পাদক আব্দুৰ ৰচিদে কয়, ‘বুধবাৰে পুৱা ৮ বজাৰ পৰা SPO জোৱান সকলৰ দীৰ্ঘদিনীয়া দাবী সমস্যা সমাধানৰ কাৰণে দিচপুৰ লাষ্টগেটত অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছো।‘

তদুপৰি ২০০৮ চনত ডিমা হাচাও আৰু ২০১২ চনত বি টি এডিত উগ্ৰপন্থী আৰু গোষ্ঠীগত সংঘৰ্ষত ১২১৪ গৰাকী SPO জোৱানক নিয়োগ কৰা হৈছিল বুলি তেওঁ সংবাদমেলত জনায়।

‘উক্ত অঞ্চলসমূহত শান্তি ঘূৰি অহাৰ পাছতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে আমাক অতি কৌশলগতভাৱে কৰ্তব্যৰ পৰা বহিস্কাৰ কৰে।‘ ৰচিদৰ অভিযোগ।

তেওঁ আৰু কয়, ‘এজোৰ খাকী পোছাক পিন্ধি হাজাৰ হাজাৰ বিপদ বিঘিনি নেওচি সাহসী জোৱান হিচাপে কৰ্তব্য কৰি সেই ঠাইৰ ৰাইজৰ মাজলৈ শান্তি ঘূৰাই আনিছিলো। কিন্তু SPO জোৱানসকলৰহে শান্তি ঘূৰি নাহিল। এতিয়া আমি অন্ধকাৰসদৃশ জীৱন লৈ জীয়াই আছো।‘

২০১৭ চনৰ আগষ্টত আৰক্ষীৰ কনিষ্টবল পদৰ বাবে SPO জোৱানসকলৰ আবেদন গ্ৰহণ কৰা হৈছিল। কিন্তু সেইসকল জোৱানক নিযুক্তি দিয়াটো বাদেই, সেই পৰীক্ষাই অনুষ্ঠিত নকৰিলে বিভাগীয় কতৃপক্ষই। সংবাদমেলত এই অভিযোগ তোলে সংগঠনটোৰ সহকাৰী সম্পাদক নৰেশ্বৰ কুমাৰ নাথে।

নাথে কয় ‘আমাৰ পৰা কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছিল। আমি প্ৰত্যেকজন SPO জোৱানে ২৫০ টকাকৈ চালান কাটি চাকৰিৰ প-পত্ৰ পূৰণ কৰিছিলো। কিন্তু বৰ্তমানলৈকে সেই পৰীক্ষাই অনুষ্ঠিত নহ’ল। ‘

আগন্তুক অসম পুলিচ কনিষ্টবলত যি ৫৬৯৪ গৰাকী কনিষ্টবল ল’ব, তাৰ ভিতৰত ১২১৪ গৰাকী SPO জোৱানক পোনপটীয়াকৈ নিযুক্তি দিবৰ বাবে নাথে দাবী জনায়।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd