• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৮১.৫৪ শতাংশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:44 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২৬ৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৯১.৫৪ শতাংশ। কলা শাখাত ৭৯.৫৪ শতাংশ, বাণিজ্য শাখাত ৮১.১৩ শতাংশ আৰু বিজ্ঞান শাখাত ৮৯.৭৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৩ লাখ ৩০ হাজাৰ ৭৪৪ গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত ২ লাখ ৪৭ হাজাৰ ৮৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। বাণিজ্য শাখাত মুঠ ১৯ হাজাৰ ৮০৬ গৰাকী পৰীক্ষাৰ্থীৰ লগতে বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৬১ হাজাৰ ৫৬৮ গৰাকী পৰীক্ষাৰ্থী। তদুপৰি বৃত্তিমূলক শাখাত ১৫০৫ গৰাকী শিক্ষাৰ্থীয়ে দিছিল পৰীক্ষা।

Apply Now

কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৫,৭৫৫গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৭৯,১৮১ গৰাকী আৰু তৃতীয় বিভাগত ৫৭,৮৬২ গৰাকী উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ ১,৯১,৭৯৮ গৰাকী।

বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪,০৭৯ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৭,৭৭৭ গৰাকী আৰু তৃতীয় বিভাগত ২৬১৮ গৰাকী উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ ৫৪,৪৭৪ গৰাকী।

বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৭,৭৮৭গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৬৯৪ গৰাকী আৰু  তৃতীয় বিভাগত ৩২১৫ গৰাকী উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণ ১৫,৭৯৬ গৰাকী।

যোৱা বছৰ অসম ব’ৰ্ডৰ এইচ এছ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হৈছিল, আৰু ২০২৫ চনৰ ৩০ এপ্ৰিলত ফলাফল ঘোষণা কৰা হৈছিল। কলা শাখাত ৮১.০৩ শতাংশ, বিজ্ঞানত ৮৪.৮৮ শতাংশ, আৰু বাণিজ্য শাখাত ৮২.১৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।

তলৰ ৱেবছাইটসমূহত ফলাফল চাব পাৰিব

www.indiaresults.com

www.schools9.com

www.results.shiksha

www.iResults.in

www.iResults.NET

www.vidyavision.com

www.jagranjosh.com

www.ndtv.com

www.indianexpress.com


এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

August 5, 2026 2:06 pm
গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

August 5, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd