নিবনুৱাৰ বাবে সুখবৰ; অসম আৰক্ষীৰ খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে

অসম আৰক্ষীৰ জেইল ৱাৰ্ডেনৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

পদৰ নাম- জেইল ৱাৰ্ডেন

মুঠ পদৰ সংখ্যা- ১৭৩

আবেদনৰ অন্তিম তাৰিখ- ২৫-০৩-২০২০

শিক্ষাগত অহৰ্তা – দশম আৰু দ্বাদশ উত্তীৰ্ণ।

প্ৰাৰ্থী নিৰ্বাচনী প্ৰক্ৰিয়া

লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ কৰা হ’ব।

আবেদন প্ৰক্ৰিয়া

প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিভাগৰ ৱেবচাইটত গৈ অহা ২৫ মাৰ্চ ২০২০ তাৰিখৰ ভিতৰত প্ৰয়োজনীয় প্ৰমাণ পত্ৰসমূহ আপলোড কৰাৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি অনলাইন আবেদন কৰিব লাগিব। government jobs of Assam অথবা অসম আৰক্ষীৰ বিভাগীয় ৱেবচাইটত গৈ সবিশেষ তথ্য লাভ কৰিব পাৰিব।