DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন চিনেমা হলৰ কৰ্মচাৰীৰ, চিনেমা হল সমূহ পুনৰ খুলি দিয়াৰ দাবী

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 19, 2021 2:51 pm
Cinema Hall
226
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ মুকলি কৰি দিয়াৰ দাবীত আজি অসমৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ কেইবাটাও চিনেমা হলৰ কৰ্মচাৰীয়ে।

ক’ভিদৰ দোহাই দি চিনেমা হল বন্ধ কৰি ৰখাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱশেষত ৰাজপথত নামিল চিনেমা হলৰ কৰ্মচাৰী।

দীৰ্ঘ সময় ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাৰ ফলত চিনেমা হলৰ কৰ্মচাৰীসকলৰ জীৱনলৈ নানা দুৰ্যোগ নামি আহিছে।এই বৃত্তিৰ লগত জড়িত হৈ থকা পৰিয়াল সমূহত তীব্ৰ আৰ্থিক সংকটে গা কৰি উঠিছে বুলি প্ৰতিবাদী কৰ্মচাৰী সকলে উল্লেখ কৰে।

লগতে, সকলো ৰাজহুৱা স্থান খুলি দিয়াৰ পিছত চিনেমা হল সমূহ কিয় বন্ধ কৰি ৰখা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে কৰ্মচাৰী সকলে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিদ সংক্ৰান্তীয় নতুন SOP ত চিনেমা হল সম্পৰ্কে কোনো বিষয়েই উল্লেখ কৰা হোৱা নাছিল।

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত অনুৰাধা চিনেমা হলৰ সন্মুখত প্ৰতিবাদ প্ৰদৰ্শন কৰে গুৱাহাটীৰ চিনেমা হলৰ কৰ্মচাৰী সকলে।

তদুপৰি, ৰাজ্যৰ অন্যান্য স্থানতো বিভিন্ন চিনেমা হলৰ কৰ্মচাৰীয়ে চিনেমা হল সমূহ পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

Recent News

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd