DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইজৰাইলৰ পৰা আহিবলগীয়া নতুন আলহীক আদৰিবলৈ সাজু অসম ৰাজ্যিক চিৰিয়াখানা

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2021 7:55 pm
Assam-State-Zoo-750x375
352
VIEWS
Share on FacebookShare on Twitter

ইজৰাইলৰ পৰা গুৱাহাটীস্থিত অসম ৰৈআজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী।

অসমৰ পৰা দুটাকৈ ব্লেক পেন্থাৰ দিয়াৰ বিনিময়ত ইজৰাইলে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিব দুযোৰ জেব্ৰা।চাৰিটাকৈ জেব্ৰা অতি শীঘ্ৰে চেক’শ্লভেকিয়া আৰু ইজৰাইলৰ পৰা আহিব বুলি অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত ইতিমধ্যে সংশ্লিষ্ট পক্ষৰ সৈতে বুজা-বুজিৰ চুক্তি সম্পাদন কৰা হৈছে।

ইজৰাইলৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিবলগীয়া নতুন আলহীৰ বাবে ইতিমধ্যে অসম ৰাজ্যিক চিৰিয়াখানাত যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে দুটাকৈ ব্লেক পেন্থাৰৰ জন্ম ১১ জুনত হৈছে।

জেব্ৰাৰ লগতে আন তৃণভোজী জন্তুৰ বাবে চিৰিয়াখানাত উপযুক্ত ঘাঁহ গজোৱাৰো ব্যৱস্থা কৰা হৈছে।এই বিশেষ ঘাঁহ সাত দিনৰ ভিতৰতে ডাঙৰ হয় বুলিও তেওঁ কয়।

দৰ্শকৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা শীঘ্ৰে খোলাৰ কথা ভবা হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবে দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানা দৰ্শকৰ বাবে বন্ধ কৰি ৰখা হৈছে।

Recent News

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd