• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 8:33 pm
138
VIEWS
Share on FacebookShare on Twitter

২০১৭-১৮ শিক্ষাবৰ্ষৰ সংখ্যালঘু আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা বৃত্তিৰ ক্ষেত্ৰত সংঘটিত বৃহৎ দুৰ্নীতিৰ পুংখানুপুংখ আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা (এন এছ ইউ আই)-ৰ অসম শাখাই।

নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ নগাঁও জিলাৰ সভাপতি পল্লৱজ্যোতি নাথে দাবী কৰে যে নগাঁও, হোজাই, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ২১খনকৈ বিদ্যালয়ত এটি সুসংগঠিত গোটে বৃত্তিৰ ধন অপব্যৱহাৰ কৰিছে। যাৰ ফলত বহু সংখ্যালঘু আৰু অনুচূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰাপ্য বৃত্তিৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

তেওঁ বৰ্তমানৰ অপৰাধ অনুসন্ধান বিভাগৰ নেতৃত্বত চলি থকা তদন্তক লেহেমীয়া আৰু অসন্তোষজনক বুলি অভিহিত কৰি কয় যে কেলেংকাৰিৰ লগত জড়িত ৰাজনৈতিক নেতাসকলক ৰক্ষা কৰাৰ প্ৰচেষ্টা চলি আছে।

পল্লৱজ্যোতি নাথে লগতে কয়, এন এছ ইউ আইয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত বৃত্তি লাভ কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা সংগ্ৰহ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তেওঁলোকে সংশ্লিষ্ট বিদ্যালয় আৰু অঞ্চলসমূহত গতিৱিধি পৰ্যবেক্ষণ কৰি বৃত্তি প্ৰদানৰ তথ্য সঠিক নে নহয় সেইটো নিশ্চিত কৰাৰ চেষ্টা চলাইছে।

সংগঠনটোৱে দাবী কৰিছে যে এই ক্ষেত্ৰত কেৱল এখন স্বতন্ত্ৰ কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা সম্পাদিত তদন্তই হে ন্যায্যতা নিশ্চিত কৰিব পাৰে। লগতে, তেওঁলোকে ৰাজ্য চৰকাক এই কেলেংকাৰিৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ আহ্বান জনাইছে।

Recent News

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd