• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ শিক্ষাখণ্ডৰ অৱস্থা! শ্ৰেণী কোঠাৰ ভিতৰত ছাতি মেলি পাঠ গ্ৰহণ কৰে শিক্ষাৰ্থীয়ে

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 2, 2019 6:06 pm
ফটো নৰ্খ-ইষ্ট নাও

ফটো নৰ্খ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসনাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন আনিছে বুলি সততে কৰি অহা দাবী যে তেনেই অন্তঃসাৰশূণ্য আৰু ফোপোলা তাৰ এক প্ৰমাণ হৈছে গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তুৰ্গত এখন বিদ্যালয়।

ন্যূনতম আন্তঃগাঠনিৰ অভাৱত জিলাখনৰ ১০৫২ নং খাৰদাং নৱাগত প্ৰাথমিক বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাত ছাতি মেলি গ্ৰহণ কৰিবলগীয়া হয় পাঠদান। যোৱা ৩ বছৰে বিদ্যালয়খনৰ গৃহত টিনপাত নথকাকৈ চলি আহিছে।

Apply Now

উল্লেখযোগ্য যে তিনি বছৰ পূৰ্বে অহা এজাক ধুমুহাত বিদ্যালয়খনৰ চালখন বতাহে উৰুৱাই নিছিল। সেই দিন ধৰি আজিলৈকে বিদ্যালয়গৃহটোৰ কোনো ধৰণৰ মেৰামতি কৰা নহ’ল।

যাৰ ফলত এতিয়া বৰষুণ নতুবা অতিপাত ৰ’দত ছাতি নহ’লে শ্ৰেণী কোঠাত পাঠদান কৰা অসম্ভৱ। বৰষুণ আহিলেই ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ ভিতৰতে ছাতি মেলি লৈ পাঠগ্ৰহণ কৰে। ব্যতিক্ৰম নহয় শিক্ষকো, শিক্ষকেও ছাতি লৈয়ে পঢ়াব লাগে।

আনহাতে বৰষুণৰ পৰিমাণ বাঢ়িলে স্কুল ছুটি দিয়াৰ বাহিৰে বেলেগ আৰু কোনো উপায় নাথাকে। প্ৰতিটো বাৰিষাতে এনেদৰে চলি আহিছে খাৰদাং নৱাগত প্ৰাথমিক বিদ্যালয়খন।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে জনোৱা মতে বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে বহুবাৰ আবেদন-নিবেদন কৰা হৈছে যদিও আজি পৰ্যন্ত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

মন কৰিব লগীয়া যে গুণোৎসৱে শিক্ষাখণ্ডত আমূল পৰিৱৰ্তন অনা দাবী কৰা ৰাজ্য চৰকাৰে যোৱা চেপ্টেম্বৰ মাহৰ পৰা প্ৰাৰ্থমিক বিদ্যালয়সমূহত স্ব-গুণোৎসৱ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা ৫ চেপ্টেম্বৰত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছিল, ‘’গুণোৎসৱে শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন আনিলে। অতি শীঘ্ৰে আমি সমগ্ৰ অসমতে স্ব-গুণোৎসৱ কাৰ্যসূচী হাতত ল’ম।‘

কিন্তু চৰকাৰে গুণোৎসৱ-স্বগুণোৎসৱ পাতি শিক্ষাৰ সংস্কাৰ আনিব বিছৰা সময়তে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ এই পয়ালগা অৱস্থা, য’ত বৰষুণ অথবা অত্যধিক ৰ’দত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠাৰ ভিতৰত ছাতি মেলি পাঠ গ্ৰহণ কৰিব লগা অৱস্থা হয়।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd