• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰাইদেউত কণ কণ শিক্ষাৰ্থীৰ ওপৰত শাৰীৰিক নিৰ্যাতন : ভাইৰেল ভিডিঅ’ৰ পিছতেই গ্ৰেপ্তাৰ শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2026 6:45 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰাইদেউ জিলাৰ মথুৰাপুৰ বাগিচা প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এজন শিক্ষকে কণ কণ ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাৰ ভিতৰতে বৰ্বৰভাৱে প্ৰহাৰ কৰা দৃশ্য চিচিটিভি কেমেৰাত আৱদ্ধ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযুক্ত শিক্ষকজনক মথুৰাপুৰ তিনিআলিৰ বাসিন্দা ৫১ বছৰীয়া মহম্মদ আৰিফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষকে শ্ৰেণী কোঠাত লগোৱা চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ সময়তে এই ভয়ংকৰ সত্য পোহৰলৈ আহে। ফুটেজত দেখা গৈছে যে শিক্ষকজনে কোনো কাৰণ নোহোৱাকৈয়ে শিশুসকলক নৃশংসভাৱে মাৰপিট কৰিছে। আনকি এটা দৃশ্যত তেওঁ এজন ছাত্ৰক শ্ৰেণী কোঠাৰ খিৰিকীৰে বাহিৰলৈ দলিয়াই দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে। কেৱল সিমানেই নহয়, ছাত্ৰ-ছাত্ৰীসকলক স্কুলৰ ভিতৰতে শিক্ষকজনক তেল মালিশ কৰিবলৈ বাধ্য কৰোৱাৰ দৰে গুৰুতৰ অভিযোগো উত্থাপন হৈছে।

Apply Now

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ আইনী আৰু বিভাগীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই সন্দৰ্ভত জিলা প্ৰশাসনক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে। আনহাতে বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু প্ৰধান শিক্ষকে ৫ মে’ত চৰাইদেউ মহকুমাৰ বিদ্যালয় উপ-পৰিদৰ্শকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।

শিক্ষা বিভাগে এই ঘটনাক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু খণ্ড শিক্ষা বিষয়াক সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। ছচিয়েল মিডিয়াত এই নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে শিক্ষকজনক আটক কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানত কণ কণ শিশুৰ ওপৰত চলোৱা এনে অত্যাচাৰে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাক লৈ ডাঙৰ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে। ৰাইজে দোষী শিক্ষকজনক উচিত শাস্তি দিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd