• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশাখাপট্টনমত হ’বলগীয়া ৰাষ্ট্ৰীয় দাবা প্ৰতিযোগিতালৈ অসম দল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2019 4:00 pm
chess tournament

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৪ মে’ৰ পৰা ১২ মে’লে অন্ধ্ৰপ্ৰেদশৰ বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ১৩ বছৰ অনূৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ ৩৩ সংখ্যক ৰাষ্ট্ৰীয় দাবা প্ৰতিযোগিতাৰ বাবে অসম দলটো ঘোষণা কৰা হয়।

অন্ধ্ৰপ্ৰদেশ দাবা সন্থাৰ উদ্যোগত অনু্ষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখন। গুৱাহাটীত অনুস্থিত হৈ যোৱা ১৩ বছৰ অনূৰ্দ্ধৰ আন্তঃজিলা দাবা প্ৰতিযোগিতাৰ প্ৰদৰ্শনৰ ভিত্তিত অসম দলটো নিৰ্বাচন কৰা হয়।

Apply Now

ঘোষিত দলটো- ছোৱালী শাখাৰ বাবে গুৱাহাটীৰ অশ্লেষা তালুকদাৰ আৰু গোলাঘাটৰ উইনী থেংগাল। ল’ৰাৰ শাখাত-গুৱাহাটীৰ মায়ংক চক্ৰৱৰ্তী আৰু প্ৰাণগোৱিন্দ পি কাশ্যপ। দলটোৰ মেনেজাৰ হিচাপে দায়িত্ব দিয়া হৈছে পল্লৱ গোহাঁইক।

আনহাতে, প্ৰতিযোগিতাখনৰ মুকলি শাখাত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী খেলুৱৈসকলক ৭ এপ্ৰিলৰ ভিতৰত অসম দাবা সন্থাৰ কোষাধ্যক্ষ মাধৱ শৰ্মাৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।

অসম দাবা সন্থাৰ তৰফৰ পৰা প্ৰতিযোগিতাখনত অসমে ভাল প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd