• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৮-২৯ ডিচেম্বৰত গুৱাহাটীত পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা; অসম দল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 3:37 pm
WhatsApp Image 2020-12-24 at 3.31.22 PM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম এথলেটিকছ সন্থাৰ উদ্যোগত চলিত মাহৰ ২৮-২৯ ডিচেম্বৰত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুস্থিত হ’ব ৩২ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ ১১২জনীয়া খেলুৱৈৰ তালিকা ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই।

Apply Now

ঘোষিত খেলুৱৈসকল ক্ৰমে ল’ৰাৰ (১৪ অনুৰ্ধ্ব) শাখাত নয়নমনি হাজৰিকা ,অভিনন্দন শইকীয়া, প্ৰাচুৰ্য পাটৰ, অংশুমান ভাগৱতী, নীহাৰ গগৈ,বৰ্ণিল শৰ্মা, পিংকু মেধি,বিশ্বজিৎ দাস, মৌচম বৈৰাগী, মানস প্ৰতীম ৰাভা।আনহাতে,

(১৬ অনুৰ্ধ্ব) শাখাত ৰাজু দৈমাৰী, ইদুল হুছেইন, চুমন মিলি,সীমান্ত কুমাৰ, সঞ্জয় দাস, সাগৰ ঘোষ, সজল দাস, প্ৰনৱ জ্যোতি বসুমতাৰী, কপিল লাহন, ৰোহন পেগু, ধৃতিষ্মান গোস্বামী, হেমাংগ বৰগোহাঁই, দত্ত, প্ৰবীন ৰাভা, মাধূৰ্য কাশ্যপ, জিমি ব্ৰহ্ম, জ্যোতিস্মান বিশাল শইকীয়া।

সেইদৰে, (১৮ অনুৰ্ধ্ব) ৰাধেশ্যাম দাস, দিবাকৰ দাস, অক্ষয় বড়ো, ত্ৰিশাংকু বৰ্মন, সৌৰভ কুৰ্মী,মনজিত ৰাভা , কৌশিক ৰাজাক, দ্বীপজ্যোতি নেওগ, চিন্ময় বৰুৱা, মেহদী হাচান, হিৰকজ্যোতি দিহিঙীয়া, পিণ্টু বৰঠাকুৰ, ভাৰ্গৱ দত্ত, প্ৰমোদ হাগীয়াৰ, প্ৰবাল কোঁৱৰ, ৰক্তিম  দাস,আয়ুসী গগৈ, জংচাৰ বসুমাতাৰী, যুগান্ত চাংমাই,(২০ অনুৰ্ধ্ব) ভাইটি দলৈ, বিক্ৰম দাস, ভুম মুছাহাৰী, কমল বড়ো, ৰক্তিম মোহন, প্ৰণৱ বৈদ্য ,মাধূৰ্য বৰা,পল্লৱ গগৈ, দেবশ্ৰী বৰা, অভিজিত নাথ, আবুতানি খাতুন, শ্বেখ জায়েদ আহমেদ, অৰ্জুন প্ৰধান, বিশাল দাস,চানিদুল মামুদ, জিণ্টু দুৱৰা, বিলাস শৰণীয়া,জিতুপম মিলি আৰু জিছান দিহিঙীয়া।

আনহাতে, ছোৱালীৰ (১৪ অনুৰ্ধ্ব) ৰিমঝিম শইকীয়া, বিপাশা পেগু,বৰ্ণালী কৰ্মকাৰ, ভবানী শইকীয়া অনামিকা পেগু,তৰালী দাস,পাৰিজাত দলৈ, মনালিচা শইকীয়া, আৰু আইনু বৰুৱা।

সেইদৰে, (১৬ অনুৰ্ধ) কাদম্বৰী মুডিয়াৰ, চয়নিকা গগৈ,পলি দলৈ, জছমিতা মিলি,ৰাশ্না পেগু, মনিকা মাঝী, লখিমতি পেগু, নিশিতা হালৈ, ডেনিম বৰুৱা,ৰেখাজ্যোতি গগৈ,কৰিস্মা শইকীয়া,অমিষা পেগু আৰু কৃষ্ণা বড়ো।

ইপিনে, (১৮ অনুৰ্ধ)ত আছে পদ্মিনী দাস,মধুমিতা বৈশ্য,প্ৰতীক্ষা বৰুৱা,প্ৰতীক্ষা বৰা,গীতা দলৈ,কংকনা দাস,এঞ্জেলিনা জেকছন,বিংকী চমুৱা,গংগা নাৰ্জাৰী,মমতা দলৈ,প্ৰতীমা খেৰকেতেৰিয়া,শিল্পী দাস, আৰু শিখামণি বৰগোঁহাই।

তদুপৰি, (২০ অনুৰ্ধ)ত লীনা ডেকা,মেৰিনা কোঁৱৰ,সুহানী তাঁতী,মনালিছা বৰ্মন,কৃষ্ণা ফুকন,লুনা নাথ,বৰ্নিতা দাস, পিংখী ব্ৰহ্ম,অম্বাৰিকা নাৰ্জাৰী আৰু ময়ূখী ডেকা।

অসমৰ ১১২ জনীয়া এই বৃহৎ দলটোৰ প্ৰশিক্ষকত্ৰয় নৱজিৎ মালাকৰ, প্ৰাঞ্জল বৰুৱা, গেৰেমছা দৈমাৰী আৰু মেনেজাৰদ্বয় জেহৰুল ইছলাম আৰু গীতুমনি দাস বুলি জানিবলৈ দিছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক কুমাৰ ভৰালীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

ডিমাগি নক্সাল! শিক্ষিত সমাজৰ ক্ষোভৰ চাপত মোডী চৰকাৰ; লক্ষাধিক ফ’ল’ৱাৰ, নতুন পাৰ্টি

August 18, 2026 12:05 pm
শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

শ্ৰেণীকোঠাত সহপাঠীৰ নিৰ্বিচাৰ গুলীচালনা, ২জন ছাত্ৰৰ মৃত্যু; অনাহুত কাণ্ডত তীব্ৰ চাঞ্চল্য

August 18, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm
২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

২৮ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ১৪ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ; উচ্চতম ন্যায়ালয়ত সদৰী তথ্য

August 18, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd