• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 1, 2021 8:16 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেত অনুষ্ঠিত হোৱা ষষ্ঠ ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতা ২০২১ আৰু স্কুল গেম অৰিয়েন্তেচন শিবিৰ অল ইণ্ডিয়া কুংফু ফেডাৰেছনৰ বোৰ্ড অফ কমিটীৰ উদ্যোগত যোৱা ২৫ আৰু ২৯ অক্টোবৰত ল’ৰা- ছোৱালী উভয়তে চাব-জুনিয়ৰ ,জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত প্ৰতিযোগিতখন অনুষ্ঠিত‌ হয়।

উক্ত প্ৰতিযোগিতাত কুংফু স্পোৰ্টচ এচোছিয়েশ্যন অসমৰ ৫০ জনীয়া ছাত্ৰ- ছাত্ৰী আৰু ১১ জন প্ৰশিক্ষকে অংশগ্ৰহণ কৰে ৷

Apply Now

প্ৰতিযোগিতাত অসমৰ দলটোৱে ১৭ টা সোণৰ , ৯ টা ৰূপৰ, ২ ব্ৰঞ্জৰ‌ মুঠ ২৮ টা পদক লাভ কৰি ৰাজ্য খনলৈ সুনাম কঢ়িয়াই আনে আৰু প্ৰথম শ্ৰেষ্ঠ ‌দল‌ হয় ৷

সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হল অন্নিশা ভৰদ্বাজ , গৌতম চাংমাই , সপুন দুৱাৰা ,‌ৰূপম হাজৰিকা ,মঞ্জিল আহমেদ , ৰূপচিখা ডেকা, পূৰবী বৰা , মঞ্জিল বৰা , আত্ৰেয় কাশ্যপ , ইৰফান আহমেদ , ৰঘুনন্দন কুমাৰ ,এচ্ স্বপন সিংহা‌ , টাওলু ইভেন্তত প্ৰাঞ্জল দাস, কৈলাশ বৰ্মণ , প্রতিক্ষা ৰাভা,জাৰ্নেলিম কলিতা, টাইচী ইভেন্তত কৈলাশ বৰ্মণ ।

ৰূপৰ পদক লাভ কৰা খেলুৱৈ সকল হল চাহিল‌ কুমাৰ ঠাকুৰ ,ঋষভ ফুকন‌,কৰমজিৎ ৰামচিয়াৰী , কৃষ্ণা গোস্বামী , চিম্পি ৰাণী মোহন , স্নিগ্ধা কোঁৱৰ, জাৰ্নেলিম কলিতা , এচ্ বিনিতা সিংহা ,টাওলু ইভেণ্টত প্ৰাঞ্জল দাস।

ব্ৰঞ্জৰ পদক পদক লাভ কৰা খেলুৱৈ সকল হল ৰোহন চাহ , হৰেশ্বৰ নাৰ্জাৰী ।

স্কুল গেম অৰিয়েন্তেচন শিবিৰত ভাগ‌ লোৱা‌ প্ৰশিক্ষক‌‌ সকল হ’ল জালালুদ্দিন আহমেদ,গৌতম দাস , নেকিবুৰ ৰহমান, ৰিঙ্কু‌ শৰ্মা , স্মৃতি বৰা, ৰাজেন ৰামচিয়াৰী , চুৰেন‌ বৰ্মন , সত্যজিত মোহন ,ইবুনঙ্গবি সিংহা ,অৰুণজ্যোতি হাজৰিকা আৰু কুংফু স্পোটচ্ এচোছিয়েশ্যনৰ অসমৰ সম্পাদক তথা ‌প্ৰশিক্ষক আজহাৰুল আমিন , সভাপতি তথা গ্ৰেণ্ডমাষ্টাৰ চিফু ৰাজকুমাৰ উপস্থিত থাকি লাইফ টাইম এচিভ্মেন্ট এৱাৰ্ড লাভ কৰে ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd