• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমে মুখ্যমন্ত্ৰী ৰূপে লাভ কৰিব নৰেন্দ্ৰ মোদীক! : কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীৰূপে ‘সৰ্বানন্দ সোণোৱাল’ ৰ নাম লোৱাত কুন্ঠাবোধ কিয় মন্ত্ৰী হিমন্তৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 7, 2021 2:46 pm
Himanta Modi(1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমে মুখ্যমন্ত্ৰী ৰূপে পাব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক! আমি এই কথা কোৱা নাই। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত আওপকীয়াকৈ এই কথা উল্লেখ কৰিছে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ অসমত মুখ্য শ্লোগান আছিল ‘আকৌ এবাৰ মোদী চৰকাৰ। আনকি এই শ্লোগানৰে গায়ক সীমান্ত শেখৰে গীতো পৰিৱেশন কৰিছিল যিটো বিজেপিৰ সমৰ্থক তথা ভোটাৰ ৰাইজৰ মাজত বহু সমাদৰ লাভ কৰিছিল।

Apply Now

ঠিক সেইদৰে বিজেপিৰ ২০১৪ চনত ‘এইবাৰ মোদী চৰকাৰ’ তথা ২০১৬ চনৰ শ্লোগান আছিল ‘বহুত হ’ল দুৰ্নীতি ভ্ৰষ্টাচাৰ অসমত এইবাৰ সৰ্বাৰ চৰকাৰ’।

তেনেকৈয়ে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেও বিজেপি দলৰ অসমত শ্লোগান হ’ব লাগিছিল ‘আকৌ এবাৰ বিজেপি চৰকাৰ’ বা ‘আকৌ এবাৰ সৰ্বাৰ চৰকাৰ’। যিহেতু এইবাৰো বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল হ’ব বুলি ইতিমধ্যে নিশ্চিত কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই।

কিন্তু এই শ্লোগান সম্পূৰ্ণৰূপে সলাই পেলালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে ‘অসমত আকৌ এবাৰ মোদী চৰকাৰ।‘

‘অসমমালা’ শীৰ্ষক আঁচনিৰ শুভাৰম্ভৰ বাবে ঢেকিয়াজুলিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পাছতে তেওঁৰ সন্মুখতে জনসাধাৰণক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ডিঙিৰ শিৰ ফুলাই দিয়া ভাষণৰ শেষৰ ফালে হয়তো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিয়ৰ পাত্ৰ হ’বলৈ মন্ত্ৰীগৰাকীয়ে কয় ‘অসম ভূমিলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাদৰৰে সৈতে আদৰণি জনাইছো। মোদী ডাঙৰীয়াক আমি আশ্বাস দিছো যে অসমত আকৌ এবাৰ মোদী চৰকাৰ। সকলোৱে ক’ব অসমত আকৌ এবাৰ মোদী চৰকাৰ।‘

তেওঁ বক্তব্যত হয়তো ‘আকৌ এবাৰ সোণোৱাল চৰকাৰ’ বা ‘সৰ্বানন্দৰ চৰকাৰ’ বুলি উল্লেখ কৰিব পাৰিলেহেঁতেন!

কিন্তু প্ৰশ্ন হৈছে ‘মুখ্যমন্ত্ৰীৰূপে ‘সৰ্বানন্দ সোণোৱাল’ৰ নাম লোৱাত কুন্ঠাবোধ কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?’

ইতিমধ্যে, এটা বিষয়ে অধিক চৰ্চা লাভ কৰিছে যে এইবাৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৌৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো চৰ্চিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰো মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে যে চকু নথকা নহয় সেয়া সময়ে সময়ে প্ৰতিপন্ন হৈছে।

মুখ্যমন্ত্ৰীৰ পদটোৰ বাবে থকা লালসাৰ বাবে অবচেতন মনত ক্ৰিয়া কৰি থকা ভাৱনা অজানিতে মুখৰে বাহিৰ হ’ল বুলিও একাংশই মত পোষণ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd