DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত হ’ব ‘সাওঁতালী’ ভাষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 8:49 pm
5.1k
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম কেবিনেটে অসমত সাওঁতালী ভাষাৰ বাবে OL CIKI লিপি স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰে গুৱাহাটীত কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে কয় যে, “শিক্ষাৰ মাধ্যম হিচাপে সাওঁতালী ভাষাৰ প্ৰৱৰ্তনে সাওঁতাল জনগোষ্ঠীক প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা প্ৰদানত সুবিধা প্ৰদান কৰিব। সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত এই ভাষাটো অসমৰ লগতে কেইবাখনো ৰাজ্যৰ কথিত ভাষা”

কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাই অল সাওঁতাল ষ্টুডেণ্টছ ইউনিয়নে ৰাজ্যিক কেবিনেটক প্ৰশংসা কৰে।

সদৌ সাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু হেমব্ৰমে কয়, “প্ৰাথমিক বিদ্যালয়ত সাওঁতালী ভাষাৰ প্ৰৱৰ্তন আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল। সদৌ অসম সাওঁতাল সাহিত্য সভাৰ বাহিৰেও আমি ২০০৫ চনৰ পৰা এই দাবী উত্থাপন কৰি আহিছো। ৰাজ্যৰ মন্ত্ৰীসভাৰ এই সিদ্ধান্তক মই আদৰণি জনাইছোঁ। অসমীয়া ভাষাৰ দৰেই সাওঁতালী ভাষাকো আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে সকলো পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। চৰকাৰৰ এই সিদ্ধান্তত অসমৰ সাওঁতাল জনগোষ্ঠী উল্লাসিত হৈ পৰিছে।”

Recent News

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd