• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৫৬ গৰাকী বিদেশীক মুকলি কৰি দিব চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 6, 2019 8:23 pm

1 min read

detention-camps
9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ডিটেনশ্যন কেম্পত বিগত তিনি বছৰ ধৰি বন্দী হৈ থকা ৫৬ গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ বাবে অসম আৰক্ষীয়ে নিৰ্দেশ লাভ কৰিছে বুলি মঙলবাৰে উল্লেখ কৰে।

জানিব পৰা মতে, ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰি দিবলৈ কোৱা বিদেশী লোককেইগৰাকীয়ে পূৰ্বে অসমৰ বিভিন্ন এঘাৰখন জিলাত বাস কৰিছিল।

ইতিমধ্যে নিৰ্দিষ্ট জিলাকেইখনৰ আৰক্ষী অধীক্ষক সকলক প্ৰয়োজনীয় নিৰ্দেশনাৱলী সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে।

মুকলি কৰি দিবলগীয়া বন্দী সকলৰ পৰিছয়ৰ লগতে তেওঁলোকৰ হৈ নিশ্চয়তা প্ৰদান কৰিবলগীয়া লোক সকলৰো পৰিছয় ভালদৰে পৰীক্ষা কৰা হৈছে।

চলিত বৰ্ষৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ডিটেনশ্যন কেম্পত তিনিবছৰতকৈ অধিক সময় কটোৱা লোকসকলৰ বায়োমেট্ৰিক তথ্য সংৰক্ষণ কৰি ৰাখি মুকলি কৰি দিবলৈ নিৰ্দেশ দিছিল।

উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিবলগীয়া বিদেশী লোকসকলক মুকলি কৰি দিয়াৰ পাছত ক’ত থাকিব সেই সম্পৰ্কতো তথ্য জমা দিবলৈ নিৰ্দেশ দিছিল।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd