DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সোমবাৰৰ পৰা অসমত প্ৰতিদিনে ৩ লাখকৈ লোকক কৰা হ’ব ভেকচিন প্ৰদান:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2021 9:56 am
Vaccination-drive-750x375
192
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া মাৰাত্ম ৰোগ কোভিডৰ বিৰুদ্ধে ভেকচিন প্ৰদানৰ কাম চলি আছে।

ভেকচিনৰ নাটনিৰ বাবে ৰাজ্যৰ বহি ঠাইত বহু লোকে সময় মতে ভেকচিন লাভ নকৰা বুলি অভিযোগ উঠাৰ সময়তে ৰাজ্যত প্ৰতিদিনে ৩ লাখকৈ লোকক ভেকচিন প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে ২১ জুন অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ তিনিলাখকৈ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসনক সাজু হৈ উঠাৰ বাবে নিৰ্দেশ দিয়া বুলি তেওঁ কয়।

ৰাজ্যৰ ৩৪ খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদানৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে।ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে।

এই ভেকচিন প্ৰদান প্ৰক্ৰিয়াত চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীলৈকে সকলোকে সামৰি লোৱা হ’ব বুলি তেওঁ কয়।

ইপিনে স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে ২১ জুনৰ পৰা কেন্দ্ৰই অসমক ১৮-৪৪ বছৰৰ ভিতৰৰ লোকসকলক প্ৰদান কৰাৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰিব।

ভেকচিন প্ৰদান কাৰ্যসূচীত নিয়োজিত স্বাস্থ্য কৰ্মীসকলক যাতায়াতৰ বাবে ১০০ টকাকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ জনায়। প্ৰতিদিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰাৰ বাবে ৰাজ্যত ২,০০০ টা ভেকচিন প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ’ব।

উল্লেখ্য অসমৰ ৩.৩০ কোটি জনসংখ্যাৰ ভিতৰৰে ৫৩.২০ লাখ লোকক এতিয়ালৈকে ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰৰে ১০.৫৫ লাখ লোকে ভেকচিনৰ দুয়োটা পালিয়েই লাভ কৰিছে।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd