• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম পৰ্যটনৰ ফোঁপোলা স্বৰূপ; ১৮ মাহ ধৰি পেলাই ৰাখিছে কাজিৰঙাৰ ৰিজ’ৰ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 1:19 pm
WhatsApp-Image-2019-12-08-at-9.50.46-AM-1140x570
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম পৰ্যটন নিগম যে কেবল প্ৰদৰ্শনমুখী সেয়া আকৌ এবাৰ প্ৰমাণ হৈছে।

প্ৰকৃততে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা এখন ট্যুৰিষ্ট ৰিজ’ৰ্ট জৰাজীৰ্ণ হৈ পৰি থকাৰ পাছতো তাৰ আন্ত:গাঁথনিৰ বিকাশ আৰু আন পৰ্যটনৰ সা-সুবিধাৰে গঢ়ি তোলাৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই।

Apply Now

অসম পৰ্যটন নিগমৰ (এ টি ডি চি) দ্বাৰা পৰিচালিত কোহৰা পৰ্যটক চৌহদত অৱস্থিত ইয়াৰ ৰিজ’ৰ্টটো হৈছে জুপুৰি। নেটৱৰ্কে এইটো লীজত লৈছিল।

আনহাতে, বিগত ১৮মাহ ধৰি এইটো অৱহেলিত হৈ পৰি আছে।

নেটৱৰ্কৰ সৈতে থকা ইয়াৰ লীজৰ ম্যাদ সমাপ্ত হৈছে যদিও সেয়া নবীকৰণ কৰা হোৱা নাই বা ইয়াৰ পৰিচালনাৰ বাবে কোনো নতুন পক্ষ জড়িত হোৱা নাই।

বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ বাবে স্থানটুকুৰা উপযোগী কৰি তোলা উচিত যদিও সেয়া এতিয়া ভূতৰ বাহলৈ পৰিৱৰ্তিত হৈ পৰিছে।

WhatsApp-Image-2019-12-08-at-9.50.53-AM-750x563
ফটো: সংগ্ৰহীত

সৰু যদিও ঠাইখিনি ক্ষুদ্ৰ জুপুৰি আৰু এখন মুকলি ৰেষ্টুৰেন্টৰ সৈতে এক আমোদজনক স্থান।

বাতানুকুল ব্যৱস্থা, পাৱাৰ বেক আপকে ধৰি সকলো সা-সুবিধা থকা এইটো থকাৰ লগতে চৌপাশৰ অঞ্চলসমূহ ভ্ৰমণৰ বাবে এইখন এক আদৰ্শ স্থান।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাগি থকা তথা প্ৰৱেশৰ গাতে লাগি থকাটো ইয়াৰ এক অন্যতম বিশেষত্ব বুলি ধৰিব পাৰি।

এই সম্পদটো সৰু যদিও ৰুচিসন্মত পৰিৱেশৰ লগতে ইয়াৰ কম খৰচী ব্যৱস্থাটোৱে ভাৰতীয়ৰ লগতে বিদেশী পৰ্যটকৰো দৃষ্টি আকৰ্ষণ কৰিছিল।

কিন্তু ইয়াৰ পাছতো এই ৰিজ’ৰ্টখনৰ জৰিয়তে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে পৰ্যটন বিভাগে কোনো তাগিদা অনুভৱ কৰা নাই।

ইয়াৰ ফলত ৰাজ্যখনে এই ১৮ মাহত বহুখিনি ৰাজহ হেৰুৱাব লগা হ’ল।

ৰিজ’ৰ্টটোৰ মেৰামতিৰ কাম তথা ইয়াক পুনৰ আৰম্ভ কৰাৰ বাবেও এক বুজন সংখ্যক ধনৰ প্ৰয়োজন হ’ব।

এতিয়া প্ৰশ্ন হৈছে কাৰ ভুলৰ বাবে এনে এটা সম্পদ পেলাই ৰখা ৰখা হৈছে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd