DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home চাকৰি

Assam University vacancies: অসম বিশ্ববিদ্যালয়ত পদ খালী: এতিয়াই কৰক আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2022 12:28 pm
Assam University
83
VIEWS
Share on FacebookShare on Twitter

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ড০ আম্বেদকাৰ চেণ্টাৰ অৱ এক্সেলেন্সে (DACE) অসামৰিক সেৱা পৰীক্ষা (প্ৰাৰম্ভিক আৰু মুখ্য) প্ৰাৰ্থীসকলৰ শিক্ষাদানৰ বাবে ফেকাল্টী পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

পদৰ নাম : ফেকাল্টী (ঠিকাভিত্তিক)

পদৰ সংখ্যা : ৩

দৰমহা : প্ৰতি মাহে ১,১৫,০০০ টকা

অৰ্হতা :

৹ ইতিহাস/আইন/অৰ্থনীতি/ৰাজহুৱা প্ৰশাসন/ ৰাজনীতি বিজ্ঞান/সমাজবিজ্ঞান/ ভূগোল/বিজ্ঞান/অভিযান্ত্ৰিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী

Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

৹ সাধাৰণ অধ্যয়ন, সাধাৰণ জ্ঞান, আৰু চিভিল চাৰ্ভিছ এপটিটিউদ টেষ্ট (CSAT) শিক্ষাদানত দুবছৰৰ অভিজ্ঞতা।

৹ অসামৰিক সেৱা/পিএছচি মুল পৰীক্ষাত কৃতকাৰ্য বা যিকোনো ইউ.পি.এছ.চি. প্ৰশিক্ষণ কেন্দ্ৰত দুবছৰৰ শিক্ষকতাৰ অভিজ্ঞতা বা যিকোনো পিএছচি প্ৰশিক্ষণ কেন্দ্ৰত তিনি বছৰৰ শিক্ষাদানৰ অভিজ্ঞতা।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ১৫ আগষ্ট, ২০২২-ৰ ভিতৰত স্ব-প্ৰমাণিত প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ সৈতে স্পীড পোষ্টৰ দ্বাৰা ড. আম্বেদকাৰ চেণ্টাৰ অফ এক্সেলেন্স (ডি.এ.চি.ই.) ৰ কাৰ্যসূচী সমন্বয়ক ড. অদিতি নাথ মাৰ্ফৎ আবেদন প্ৰেৰণ কৰিব লাগিব।

আবেদন প্ৰেৰণৰ ঠিকনা:

ডাকঘৰ: অসম বিশ্ববিদ্যালয়, শিলচৰ-৭৮৮০১১, কাছাৰ, অসম।

Also read : Assam Career : প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ত প্ৰশাসনিক পদ খালী, কিদৰে কৰিব আবেদন?

Recent News

নামৰ মাহ ভাদ: কিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক?

নামৰ মাহ ভাদ: কিয় পবিত্ৰ হিচাপে গণ্য কৰা ভাদমাহক?

ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ

ৰূপহীহাটত গ্ৰেনেড আৰু হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ

Sivasagar Bitupan Changmai

জামিন পালে শিৱসাগৰৰ বিতুপন চাংমায়ে: ফেচবুকত দিয়া কমেন্টৰ বাবে খাটিলে তিনি মাহৰ কাৰাবাস

YouTube Channel Banned: ভাৰত বিৰোধী প্ৰচাৰ! পাকিস্তানৰ এটাকে ধৰি আঠটা ইউটিউব চেনেল নিষিদ্ধ কৰিলে কেন্দ্ৰই

YouTube Channel Banned: ভাৰত বিৰোধী প্ৰচাৰ! পাকিস্তানৰ এটাকে ধৰি আঠটা ইউটিউব চেনেল নিষিদ্ধ কৰিলে কেন্দ্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd