• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিটিচি নিৰ্বাচন : য়ু পি পি এল দলৰ ২২জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 16, 2020 9:08 am

2 min read

maxresdefault

প্ৰমোদ বড়ো: ফটো সৌজন্য: উইকিপিডিয়া

12.4k
VIEWS
Share on FacebookShare on Twitter

অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুনাইটেড পিপোলচ পাৰ্টি লিবাৰেল (UPPL) দলে সোমবাৰে ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

এইবাৰ নিৰ্বাচনত প্ৰাক্তন এবছু নেতা তথা য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে গয়াবাৰী সমষ্টি, এন ডি এফ বিৰ নেতা তথা তথা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী ক্ৰমে গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড আৰু ৰঞ্জিত বসুমতাৰীয়ে ওৰফে বি আৰ ফেৰেগাই চিৰাং দুৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

প্ৰাৰ্থীৰ তালিকাখন –

১. যমদুৱাৰ সমষ্টি – জিৰণ বসুমতাৰী

২. চৰাইবিল সমষ্টি – শীলা বসুমতাৰী

৩. কচুগাঁও সমষ্টি – উকিল বসুমতাৰী

৪. দতমা সমষ্টি – জ্ঞাতিৰন্দ্ৰ ব্ৰহ্ম

৫. দেবৰগাঁও সমষ্টি – বুদ্ধ দেব মুচাহাৰী

৬. বাউখুংগ্ৰি সমষ্টি – প্ৰতিভা ব্ৰহ্ম

৭. চিৰাং সমষ্টি – মাউটি ব্ৰহ্ম হাজৱাৰী

৮. চিৰাং দুৱাৰ সমষ্টি – ৰঞ্জিত বসুমতাৰী (বি আৰ ফেৰেংগা)

৯. কাজলগাঁও সমষ্টি – ৰংগ্ৰা নাৰ্জাৰি

১০. নিচিমা সমষ্টি – নিৰ্মল কুমাৰ ব্ৰহ্ম

১১. ছুভইঝাৰ সমষ্টি – গুণেশ্বৰ গয়াৰি

১২. মানস ছেৰফাং সমষ্টি – সুৰেশ দৈমাৰী

১৩. বাগানপাৰা সমষ্টি – কাটিৰাম বড়ো

১৪. দৰংজুলি সমষ্টি – ফনিন্দ্ৰ বসুমতাৰী

১৫. নাগ্ৰিজুলী সমষ্টি – সুশীল দাস

১৬. গয়াবাৰী সমষ্টি – প্ৰমোদ বৰো

১৭. চুকলাই ছেৰফাং সমষ্টি – প্ৰদীপ বড়ো

১৮. গোৰেশ্বৰ সমষ্টি – পবিত্ৰ কুমাৰ বড়ো

১৯. খিৰাবাৰী সমষ্টি – বাবুল বসুমতাৰী

২০. খালিং দুৱাৰ সমষ্টি – দিলীপ বড়ো

২১. ধনশ্ৰী সমষ্টি – ৰুজুগৌৰা মুছাহাৰী

২২. ভৈৰৱকুণ্ড সমষ্টি – গোবিন্দ বসুমতাৰী

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd