• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দূতাবাসৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি দিল্লীত গ্ৰেপ্তাৰ অসমৰ মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 12:52 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দূতাবাসৰ নিলামত ক্ৰয় কৰা এখন গাড়ীত ভুৱা দূতাবাসৰ নম্বৰ প্লেট ব্যৱহাৰ কৰাৰ অভিযোগত অসমৰ এগৰাকী ৪৫ বছৰীয়া মহিলাক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক ড০ আছমা বেগম বুলি চিনাক্ত কৰা হৈছে।

গণৰাজ্য দিৱস ওচৰ চাপি অহাৰ লগে লগে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সম্ভাৱ্য ভাবুকি বুলি গণ্য কৰা হৈছে বুলিও কৰ্তৃপক্ষই জনায়।

Apply Now

এক গোপন সূত্ৰৰ পম খেদি যোৱা ১৫ জানুৱাৰীত বসন্ত বিহাৰৰ বন্ধুৰ বাসগৃহৰ বাহিৰত মহিলাগৰাকীক জিম্মাত লোৱা হৈছিল। আৰক্ষী উপ আয়ুক্ত (অপৰাধ শাখা) সঞ্জীৱ কুমাৰ যাদৱে কয় যে তেওঁ চলোৱা বাহনখনৰ ভুৱা কূটনৈতিক পঞ্জীয়ন আছিল আৰু গ্ৰেপ্তাৰৰ সময়ত আন এখন ভুৱা নম্বৰ প্লেট উদ্ধাৰ কৰা হৈছে।

গেবনৰ দূতাবাসৰ ভুৱা প্লেট প্ৰদৰ্শন কৰা এখন গাড়ীত এগৰাকী মহিলাই সঘনাই দূতাবাসলৈ যোৱাৰ তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে তেওঁক অনুসৰণ কৰি আহিছিল। জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে আৰক্ষীৰ নিৰীক্ষণ অতিক্ৰম কৰি নিষিদ্ধ কূটনৈতিক অঞ্চলত প্ৰৱেশ কৰিবলৈ ভুৱা প্লেট তৈয়াৰ কৰিছিল।

তদন্তকাৰীসকলক তেওঁ জনায় যে তেওঁ “মধ্যস্থতাকাৰী” হিচাপে কাম কৰিছিল, বিদেশত নামভৰ্তি বিচৰা ছাত্ৰ-ছাত্ৰীসকলক দূতাবাসৰ বিষয়াসকলৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিছিল।

যাদৱে লগতে কয়, বিশেষকৈ “গণৰাজ্য দিৱসৰ কাষ চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰেক্ষাপটত তেওঁৰ গ্ৰেপ্তাৰ তাৎপৰ্যপূৰ্ণ। তেওঁৰ কাৰ্যকলাপৰ পুংখানুপুংখ তদন্ত চলি আছে।”

কৰ্তৃপক্ষই তেওঁৰ মোবাইল ফোনটো পৰীক্ষাৰ বাবে জব্দ কৰিছে আৰু তেওঁৰ গতিবিধি আৰু যোগাযোগৰ পৰীক্ষা কৰি থকা হৈছে।

তেওঁৰ স্বামীয়ে অসম চৰকাৰৰ বিষয়া হিচাপে কাম কৰে। মহিলাগৰাকীয়ে বিদেশী দূতাবাসক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰিছিল যদিও ইয়াৰ সমৰ্থনত কোনো চৰকাৰী নথি-পত্ৰ দিব পৰা নাছিল।

২০২৪ চনৰ নৱেম্বৰ মাহত বিদেশী দূতাবাসৰ নিলামৰ পৰা টয়োটা ইনোভা গাড়ী কিনিছিল যদিও কেতিয়াও নিজৰ নামত গাড়ীখন পঞ্জীয়ন কৰা নাছিল বুলিও সদৰী কৰে।

দূতাবাসে এই বিষয়ে খবৰ দিয়াৰ পিছতে তেওঁ অফিচিয়েল প্লেট সলনি কৰি গেবন দূতাবাসৰ সৈতে মিল থকা ভুৱা প্লেট লগাইছিল বুলি অভিযোগ উঠিছে।

তদুপৰি, পূর্বে তেওঁ এটা ৰাজনৈতিক দলৰ সৰ্বভাৰতীয় সম্পাদক, ২০২৩-২৪ চনত বিদেশী দূতাবাসৰ পৰামৰ্শদাতা, মেঘালয়ৰ এখন বিশ্ববিদ্যালয়ত ক্ৰীড়া গাইড আদিকে ধৰি কেইবাটাও পদত অধিষ্ঠিত আছিল বুলি দাবী কৰে।

ইয়াৰ উপৰিও তেওঁ কয় যে বৰ্তমান তেওঁ আফ্ৰিকান ছাত্ৰ-ছাত্ৰীসকলক মেঘালয়ৰ এখন বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰাত সহায় কৰে। এই বক্তব্যৰ সত্যতা এতিয়াও পৰীক্ষা কৰিব পৰা নাই আৰক্ষীয়ে।

মহিলাগৰাকীৰ মূল ঘৰ গুৱাহাটী আৰু তেওঁৰ ২১, ১৩ আৰু ৫ বছৰ বয়সৰ তিনিটা পুত্ৰ সন্তান আছে। দিল্লীত তেওঁৰ স্থায়ী বাসগৃহ নাই।

ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা, জালিয়াতি, ছদ্মবেশ, জাল নথি-পত্ৰ ব্যৱহাৰ, অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

কৰ্তৃপক্ষই প্ৰথমে ছয় দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিছিল আৰু এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd