• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ জিনজিয়াৰ শিশু সহ ৩ গৰাকী মহিলা উত্তৰ প্ৰদেশত উদ্ধাৰক লৈ চাঞ্চল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 5, 2020 11:22 pm

1 min read

বিশ্বনাথৰ জিনজিয়াৰ শিশু সহ ৩ গৰাকী মহিলা উত্তৰ প্ৰদেশত উদ্ধাৰক লৈ চাঞ্চল্য
261
VIEWS
Share on FacebookShare on Twitter

এটা দালাল চক্ৰৰ প্ৰৰোচনাত পৰি ধনৰ বিনিময়ত বহিঃৰাজ্যলৈ মহিলা সৰবৰাহ কৰাৰ পিছত বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলবস্তি আৰু সমাৰবস্তিৰ এগৰাকী শিশু সহ ৩ গৰাকী মহিলা উত্তৰ প্ৰদেশত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, বিগত ২৪ আগষ্টত জিনজিয়াৰ কলবস্তি আৰু সমাৰবস্তিৰ পৰা নিৰুদ্দেশ হৈছিল শিশু সহ মহিলা কেইগৰাকী।

প্ৰথম অৱস্থাত এইয়া অপহৰণৰ ঘটনা বুলি চিহ্নিত হৈছিল যদিও বিশ্বনাথ জিলা আৰক্ষীয় অনুসন্ধান কৰি এয়া মানৱ সৰবৰাহৰ ঘটনা বুলি নিশ্চিত হয়।

এই ঘটনাৰ লগত জড়িত মঙলদৈৰ হৰিপদ মণ্ডল আৰু ফকিৰ আলিক বিশ্বনাথ আৰক্ষীয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখে।

এই তদন্তৰ ভিত্তিতে  মহিলা কেইগৰাকীৰ অৱস্হিতি উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ নাগনা মাচানিত  ধৰা পৰে আৰু বিশ্বনাথ জিলা আৰক্ষীৰ  এটা দল যোৱা ৩০ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশলৈ ৰাওনা হয়।

উত্তৰ প্ৰদেশত আলীগড় আৰক্ষীৰ সহযোগত ৪ জনীয়া মহিলাৰ দলটোক উদ্ধাৰ কৰে বিশ্বনাথ আৰক্ষীয়ে।

বিশ্বনাথৰ জিনজিয়াৰ পৰা উত্তৰ প্ৰদেশৰ আলীগড় জিলালৈ সৰবৰাহৰ আঁৰত জড়িত চক্ৰটোৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে।

তদুপৰি, কিদৰে ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ  মহিলা সৰবৰাহ হৈছে তাৰো তথ্য লাভ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd