DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামৰ কৰ’না আক্ৰান্ত ব্যক্তিৰ সৈতে বিমানত যাত্ৰা কৰা অসমৰ যুৱকক হাস্পাতলত ভৰ্তি

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
March 26, 2020 7:11 am
48 persons test COVID-19 positive in Tripura on Friday

প্ৰতিনিধিত্বমূলক ফটো

33.1k
VIEWS
Share on FacebookShare on Twitter

COVID-19 ধৰা পৰা মিজোৰামৰ যাত্ৰীজনৰ সৈতে একেখন বিমানতে যাত্ৰা কৰা এজন যুৱকক গোলাঘাট জিলা প্ৰশাসনে চিনাক্ত কৰাৰ পাছত জিম্মাত লৈছে।

যুৱকজনক কুশল কোঁৱৰ অসামৰিক হাস্পাতলত বিশেষ ৱাৰ্ডত (আইছ’লেশ্যন) ৰখা হৈছে।

‘’ তেওঁ যোৱা ১৬ মাৰ্চত আহি উপস্থিত হোৱাৰ পাছৰে পৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়াৰ অংশ হিচাপে গৃহতে আৱদ্ধ কৰি ৰখা হৈছে,’’জিলা তথ্য আৰু জনসংযোগ বিষয়া পাপু গগৈয়ে কয়।

মিজোৰামৰ আক্ৰান্ত ৰোগীজনে যাত্ৰা কৰা বিমানখনৰ যাত্ৰীসকলৰ বিতং তথ্য পৰীক্ষা কৰি চোৱাৰ পাছত এই যুৱকজনৰ নামটো পোহৰলৈ আহে।

‘’সেইদৰে আমি তেওঁক অসামৰিক হাস্পাতলৰ আইছ’লেশ্যন ৱাৰ্ডত ভৰ্তি কৰাইছো আৰু তেওঁৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে,’’-গগৈয়ে কয়।

‘’তেওঁ আহি অসমত উপস্থিত হোৱাৰ পাছত তেওঁৰ সৈতে সম্পৰ্কলৈ অহা মানুহবোৰৰ তথ্যও আমি পৰীক্ষা কৰি আছো,’’-গগৈয়ে লগতে কয়।

কুশল কোঁৱৰ অসামৰিক হাস্পাতলত বৰ্তমান COVID-19ৰ বাবে চাৰিখন আইছ’লেশ্যন বিচনা আছে।

মিজোৰামৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ বুধবাৰে ৰাতিপুৱা কৰ’নাভাইৰাছ পৰীক্ষাত পজিটিভ পোৱা গৈছে।

মিজোৰামত প্ৰথমটো পৰীক্ষা কৰাৰ পাছত দ্বিতীয়টো নমুনা পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ অনা হৈছিল।

বুধবাৰে পুৱা দ্বিতীয়টো নমুনাও পজিটিভ পোৱা গৈছে।

জিএমচিএইচৰ অধীক্ষক ৰমেন তালুকদাৰে নৰ্থইষ্ট নাওক এই কথা জানিবলৈ দিছিল।

জানিব পৰা মতে, আক্ৰান্ত লোকজনে শেহতীয়াকৈ কেইবাখনো দেশ ভ্ৰমণ কৰিছিল।

Recent News

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

অসমীয়াৰ মননশীলতা

অসমীয়াৰ মননশীলতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd