• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত মুকলি হ’ব অসমীয়া বিভাগ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , July 2, 2019 9:12 am

1 min read

The-Gate-Now-1140x570

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মুখ্য তোৰণ। ফাইল ফটো

1.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সোমবাৰে লোকসভাত দেশৰ তৃতীয়খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলাৰ কথা সদৰী কৰিছে। বিশ্বভাৰতী আৰু অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত অসমীয়া বিভাগ খোলাৰ পাছত এইবাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো হ’ব অসমীয়া বিভাগ।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে লোকসভাত জানিবলৈ দিয়ে যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউ জি চি) অনুমোদন জনাইছে।

বিশ্ববিদ্যালয় অনুদান আয়োগে যোৱা ৬ মাৰ্চত এখন পত্ৰ প্ৰেৰণ কৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ক সেই কথা অৱগত কৰিছে।

আনহাতে, কলকাতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰা হৈছে যদিও অসমৰ শিলচৰত থকা অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ খোলাৰ কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই। অসম চৰকাৰৰ পৰা আনুষ্ঠানিক প্ৰস্তাৱ নোপোৱাৰ বাবেই অসমতেই থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত অসমীয়া বিভাগ খোলাৰ কোনো পৰিকল্পনা কেন্দ্ৰৰ নাই বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰালয়ে।

উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ খোলাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী কৰি আহিছে যদিও কোনো দল-সংগঠন তথা খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ নিদিয়াৰ বাবে অসমতে এলাগী হ’বলগীয়া হ’ল অসমীয়া ভাষা।

Recent News

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd