• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী সেৱনযোগ্য কৰিব পৰা প্ৰযুক্তি উদ্ভাৱন অসমীয়া উদ্যোগীৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
August 18, 2019 6:24 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বাবে এক ডাঙৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা। দীৰ্ঘদিন ধৰি ফ্লৰাইড আৰু আৰ্ছেনিকযুক্ত ভূগৰ্ভৰ পানী অসমৰ লোকৰ বাবে এক গভীৰ চিন্তাৰ কাৰণ হৈ আহিছে।

শেহতীয়াভাৱে ৰাজীৱ শইকীয়া নামৰ এগৰাকী অসমীয়া যুৱ উদ্যোগীয়ে এইক্ষেত্ৰত লৈ আনিছে এক সুখবৰ।

Apply Now

তেওঁ এক বিশেষ প্ৰযুক্তি লৈ আহিছে যাৰ দ্বাৰা ভূগৰ্ভৰ পানীৰ পৰা ফ্লৰাইড আৰু আৰ্ছেনিক আঁতৰ কৰাৰ লগতে ভূপৃষ্ঠজলত মিহলি হৈ থকা অপকাৰী ধাতু আঁতৰ কৰিব পাৰি।

‘মই ফৰিদাবাদত থাকো, কিন্তু খোৱা পানীৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবৰ বাবে যোৱা আঢ়ৈ বছৰে মই অসমত আছোহি। এইদৰে কয় আৰ ডি গ্ৰ’ গ্ৰীন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক ৰাজীৱ শইকীয়াই।

ইতিমধ্যে এক পাইলট প্ৰজেক্ট হিচাপে গুৱাহাটীৰ হাতীগাঁৱত স্থাপন কৰা প্ৰকল্পত বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে তেওঁ সফলতাৰে প্ৰদূষিত পানী পৰিষ্কাৰ কৰিছে বুলি উল্লেখ কৰি কয়, ‘আমাৰ লক্ষ্য হৈছে কম-খৰছি অথচ ফলপ্ৰসূ জল-শোধন প্ৰযুক্তি যোগান ধৰা যাক খোৱা পানী তথা ঔদ্যোগিক বৰ্জিত পানী উভয় ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি’।

‘এই প্ৰযুক্তিৰ আটাইতকৈ ভাল কথাটো হৈছে যে ইয়াত ৰাসায়নিক দ্ৰব্যৰ একেবাৰে ব্যৱহাৰ নহয়। মই হাতীগাঁৱৰ প্ৰকল্পত প্ৰতি ঘণ্টাত ১৫০ লিটাৰ পানী পৰিষ্কাৰ কৰিছো। এতিয়া মই প্ৰতি ঘণ্টাত কমেও ৩০০ লিটাৰ পানী পৰিষ্কাৰ কৰিব পৰা এটা প্ৰকল্প স্থাপনৰ কামত লাগি আছো।‘ শইকীয়াই কয়।

এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ পৰা আশানুৰূপ সঁহাৰি পাই থকা বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজিৰ দিনত অসমৰ কমেও ২৪খন জিলাৰ ভূগৰ্ভৰ পানীত হয় আৰ্ছেনিক বা ফ্লৰাইডৰ সমস্যা আছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে যোৱা বছৰ অসম বিধানসভাত প্ৰকাশ কৰিছিল যে অসমৰ ২৪খন জিলাৰ ভূগৰ্ভৰ পানী আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত।

দৈমাৰীয়ে সদৰী কৰা মতে অসমৰ কমেও ৬,৮৮১টা অঞ্চলত ভূগৰ্ভৰ পানীত আৰ্ছেনিক থকাৰ বিপৰীতে ৯৩০ টা অঞ্চলত ফ্লৰাইডৰ উপস্থিতি আছে।

অসম চৰকাৰে বিগত সময়ত আৰ্ছেনিক আৰু ফ্লৰাইড মুক্ত খোৱা পানীৰ বাবে ক্ৰমে ২২৭ আৰু ৪০ খন আঁচনি ঘোষণা কৰিছিল যদিও ইয়াৰ কোনো এখনো ফলপ্ৰসূ হৈ উঠা নাই।

এনে পৰিপ্ৰেক্ষিতত যদি যুৱ উদ্যোগী ৰাজীৱ শইকীয়াৰ প্ৰচেষ্টা সফল হয় তেন্তে এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি আশা কৰিব পাৰি।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd