• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী পোছাকেৰে নহয়, অসমীয়া পোছাক পিন্ধি মডেলিঙৰ জগতত জিলিকি উঠিছে অসমৰ ৰজী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2023 9:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনপ্ৰিয় মডেল ৰজী ৰহমানে যেন ধাৰণাই সলনি কৰিলে মডেলিঙৰ। পৰম্পৰাগত অসমীয়া সাজ-পোছাক পৰিধানেৰে মডেলিং কৰি প্ৰশংসা লাভ কৰি আহিছে ৰজী ৰহমানে। কেৱল বিদেশী সাজ-পোছাক পিন্ধি নহয় থলুৱা বা অসমীয়া পোছাক পৰিধান কৰিও যে মডেলিঙত নাম কৰিব পাৰি তাৰেই নিদৰ্শন দেখুৱালে ৰজী ৰহমানে।

গুৱাহাটীৰ ৰজী ৰহমানে এটা সাক্ষাৎকাৰত কয়, “মই ফেশ্যনৰ জগতখনত আছো। মডেল হোৱাৰ আগ্ৰহ নাছিল যদিও মই সদায় নতুন নতুন ধৰণৰ কাপোৰ পিন্ধি ভাল পাইছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই নিজকে মডেল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। নৃত্য-গীতৰ প্ৰতি মোৰ আগ্ৰহ আছিল। মোৰ বন্ধু ঋতু গগৈ আৰু হেমলতা চেতিয়াই মোক আলোচনী এখনত মডেলিং কৰিবলৈ উৎসাহিত কৰিছিল। অসমীয়া আলোচনীৰ কভাৰ মডেল হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে নন্দিনী আৰু সাখী আলোচনীতো মডেলিং কৰিছিলোঁ।” 

Apply Now

উল্লেখ্য যে, ৰজী ৰহমানে মেখেলা চাদৰকে ধৰি বিভিন্ন মাৰ্জিত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি কেইবাখনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে। মাৰ্জিত আৰু পৰম্পৰাগত সাজ-পোছাকৰ সৌন্দৰ্য্যৰ প্ৰতি ৰজী দৃঢ় বিশ্বাসী। 

ৰজী ৰহমানে জয়, ‘‘মই ভাবো মাৰ্জিত সাজ-পোছাক পিন্ধিও ফেশ্বনত সফল হ’ব পাৰি। কাৰণ মই সদায় গাউন আৰু মেখেলা-চাদৰৰ দৰে মাৰ্জিত সাজ-পোছাক পিন্ধি মঞ্চত উপবেত হওঁ। এইদৰেই ৰেম্পত খোজ কাঢ়ি বিভিন্ন বঁটা লাভ কৰিছো।’’

২০২১ চনৰ মষ্ট বিউটিফুল মডেল, ৰেড কাৰ্পেট বিউটিফুল কুইন, ৱৰ্ল্ড বিউটি পেজেণ্ট ২০২১, ইণ্টাৰনেশ্যনেল গ্ল’বেল ইউনিভাৰ্ছ ২০২২, মিচেছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছত্তীশগড় ২০২২ আৰু মিচেছ ই ইণ্টাৰনেশ্যনেল এম্বেছাদৰ, মিচেছ গ্ল’বেল দিল্লী আৰু মিচেছ ৰয়েল হাৰিয়ানা ২০২৩ ত বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে ৰজী ৰহমান।

ইয়াৰ উপৰিও, মিছ ষ্টাৰ ইউনিভাৰ্ছ ২০২৩, এম এছ এছ এফ দিল্লী বঁটা ২০২৩, ভাৰত গৌৰৱ বঁটা ২০২৩, মিচেছ পপুলাৰ ফেচ অৱ ইণ্ডিয়া ২০২৩ আৰু বছৰৰ সৰ্বাধিক প্ৰতিপত্তিশীল মডেল হিচাপে তেওঁ মুঠ ১১টা খিতাপ লাভ কৰিছে।

এই সফলতাৰ ক্ষেত্ৰত তেখেতে সাংবাদিকৰ আগত কয়, “মই ভাবো পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সহায় অবিহনে কোনো কামতে মনোনিৱেশ কৰাটো অসম্ভৱ। মুছলমান সমাজত এটা ভুল ধাৰণা আছে যে নাৰী সদায় ওৰণিৰ আঁৰত থাকিব লাগে। কিন্তু মোৰ ভাগ্য ভাল যে মই মোৰ পৰিয়াল আৰু সমাজৰ পৰা এনে কোনো বাধাৰ সন্মুখীন হোৱা নাছিলো। মোৰ স্বামীয়ে মোক সদায় উৎসাহিত কৰি আহিছে আৰু মোৰ বন্ধুসকলেও বহুত সহায় কৰিছে।’’

ৰাজনৈতিক আৰু সামাজিক কামৰ লগতো জড়িত ৰজী। বৰ্তমান ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা আৰু সাংস্কৃতিক সংগঠন বিহু সুৰক্ষা মঞ্চ অসম, সংস্কাৰিকা মহাসভা অসম, ৰংদলি সংস্কাৰ সংস্থা, সংস্কাৰ সংস্থা ‘সতসাৰী’ ইত্যাদিৰ সৈতেও জড়িত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd