• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰ উদ্যোগত ‘ৰত্নাকৰ’ৰ অভিলেখ; ১০ দিনতে ৪.৯৫ কোটি টকা উপাৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2019 4:29 pm
Ratnakar-Assamese-movie-Poster-750x375
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১১ অক্টোবৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰা যতীন বৰাৰ ছবি ৰত্নাকৰে দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ প্ৰযোজনা, পৰিচালনা আৰু অভিনীত ৰত্নাকৰে মুক্তিৰ প্ৰথম ১০ দিনত ৪.৯৫ কোটি টকা উপাৰ্জনেৰে অসমৰ ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।

Apply Now

ৰাজ্যৰ বিভিন্ন চলচ্চিত্ৰ সমূহত সফলতাৰে ১০ দিন পাৰ হৈ যোৱাৰ পাছতো ৰত্নাকৰৰ প্ৰতি দৰ্শকৰ আগ্ৰহ শেষ হোৱা নাই। এতিয়াও বিভিন্ন চলচ্চিত্ৰ সমূহত ৰত্নাকৰৰ টিকত আগন্তুক দুই তিনিদিনৰ বাবে বুক হৈ থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মুক্তিৰ প্ৰথম দিনটোতে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাৰ নামত থকা ৪০ লাখ টকা উপাৰ্জনৰ ৰেকৰ্ড ভাঙিছিল ৰত্নাকৰে। ৰত্নাকৰৰ প্ৰথন দিনৰ উপাৰ্জন আছিল ৪১ লাখ টকা।

আনহাতে মুক্তিৰ প্ৰথম তিনিটা দিনত কাঞ্চনজংঘাৰ ১.৩৮ কোটি টকাৰ বিপীতে ৰত্নাকৰে উপাৰ্জন কৰিছিল প্ৰায় ১.৪৫ কোটি টকা।

যতীন বৰা, নিশিতা গোস্বামী, বৰষাৰাণী বিষয়াৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ৰত্নাকৰৰ প্ৰথম ১০ দিনৰ উপাৰ্জন তলত উল্লেখ কৰ হ’ল-

১১ অক্টোবৰ- ৪১ লাখ, ১২ অক্টোবৰ- ৪৯.৫ লাখ, ১৩ অক্টোবৰ- ৫৫ লাখ, ১৪ অক্টোবৰ- ৪৩ লাখ, ১৫ অক্টোবৰ- ৪৫ লাখ, ১৬ অক্টোবৰ- ৪২ লাখ, ১৭ অক্টোবৰ- ৪৩.৫ লাখ, ১৮ অক্টোবৰ-৪৫ লাখ, ১৯ অক্টোবৰ- ৫১ লাখ, ২০ অক্টোবৰ- ৬৮ লাখ।

উল্লেখ্য যে মুক্তিৰ দ্বিতীয়টো দেওবাৰ অৰ্থাৎ ২০ অক্টোবৰৰ দিনা ছবিখনে মাত্ৰ ৫৪ টা চিত্ৰগৃহৰ পৰা সংগ্ৰহ কৰিছে অভিলেখ সংখ্যক মুঠ ৬৮ লাখ টকা।

বাণিজ্যিকভাৱে আটাইতকৈ সফল অসমীয়া ছবি হিচাপে পৰিগণিত হোৱা ৰত্নাকৰে অসমৰ বাহিৰৰ ছবিগৃহৰ পৰা প্ৰথম সপ্তাহত ১২ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এইদৰে ছবিখনে প্ৰথম ১০ দিনত ৪.৯৫ কোটি টকা উপাৰ্জনেৰে অসমীয়া ছবি উদ্যোগত এক নতুন অভিলেখ গঢ়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd