DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যতীন বৰাৰ ৰত্নাকৰে ৰেকৰ্ড ভাঙিলে জুবিনৰ কাঞ্চনজংঘাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2019 5:19 pm
Ratnakar-Assamese-movie-Poster-750x375
39.7k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১১ অক্টোবৰত মুক্তি লাভ কৰা যতীন বৰাৰ ছবি ৰত্নাকৰে ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

শুকুৰবাৰে মুক্তিৰ দিনাই ৪১ লাখ টকা উপাৰ্জন কৰা ৰত্নাকৰে শনিবাৰেও ৪৯.৫ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

যতীন বৰা, নিশিতা গোস্বামী, বৰষাৰাণী বিষয়াৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা ৰত্নাকৰে উপাৰ্জনৰ ক্ষেত্ৰত সদ্য মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ ৰেকৰ্ড ভংগ কৰিছে।

উল্লেখ্য যে জুবিনৰ ছবি কাঞ্চনজংঘাই মুক্তিৰ প্ৰথম দিনটোত ৩৮.৫ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে ৰত্নাকৰে ৪১ লাখ টকা উপাৰ্জন কৰে। প্ৰথম দিন দুটাত ৰত্নাকৰৰ মুঠ উপাৰ্জন হৈছে ৯০.৫ লাখ টকা।

যতীন বৰাৰ ৰত্নাকৰ অসমৰ লগতে নতুন দিল্লী, পুনে, বাংগালোৰ, মুম্বাই, হাইদৰাবাদ আদি ঠাইতো মুক্তি লাভ কৰিছে। আনহাতে কলকাতা আৰু চেন্নাইতো অতি শীঘ্ৰে ছবিখন মুক্তি দিব।

উল্লেখ্য যে ৰত্নাকৰ হৈছে যতীন বৰাৰ পৰিচালনাত নিৰ্মিত দ্বিতীয়খন অসমীয়া ছবি। এই ছবিখনৰ পূৰ্বে যতিন বৰাৰ পৰিচালনাত নিৰ্মিত হৈছিল অধিনায়ক।

Recent News

Millionare money

মাস্ক পৰিধান কৰিবলৈ কোৱাত খং ধনকুবেৰৰ; বেংক কৰ্মচাৰীৰে গণালে নগদ ৫.৮ কোটি টকা

Indian travel blogger 2 killed in Mexico shootout

জন্মদিন উদযাপনৰ আকাঙ্খাই হ’ল কাল! মেক্সিকোত মৃত্যু ভাৰতীয় ট্ৰেভেল ব্লগাৰৰ

ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে থাওৰাৰ নিৰ্বাচনী বতাহ, হঠাতে জিলিকিছে কংগ্ৰেছৰ প্ৰচাৰ

ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে থাওৰাৰ নিৰ্বাচনী বতাহ, হঠাতে জিলিকিছে কংগ্ৰেছৰ প্ৰচাৰ

Missing constable family. final

ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে পুৰণিগুদাম মৰাচুকৰ আৰক্ষী কনিষ্টবল ত্ৰৈলোক্য গায়ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd