• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এই গৰাকী অসমীয়াক প্ৰদান কৰা হৈছে ‘Most Powerful Women’ৰ খিতাপ, কোন তেওঁ?

পীয়ুষ ৰঞ্জন পীয়ুষ ৰঞ্জন
গুৱাহাটী , November 20, 2019 5:30 pm

1 min read

Assamese NRI scribe honoured sanghamitra-kalita-profile-750x375

সংঘমিত্ৰা কলিতা। ছবি সৌজন্য-- Politico

10k
VIEWS
Share on FacebookShare on Twitter

প্ৰবাসী অসমীয়া মহিলা সংঘমিত্ৰা কলিতাক শীর্ষস্থানীয় মিডিয়া সংস্থা কেবলফক্সৰ তৰফৰ পৰা ‘Most Powerful Women’ খিতাপেৰে সন্মানিত কৰা হৈছে।

কেবলফক্সে সংবাদ মাধ্যমৰ লগত জৰিত শীর্ষস্থানীয় বহু মহিলাক প্ৰতি বছৰে সম্মান জনায় যাৰ দৃঢ় দক্ষতা আৰু সাহসী নেতৃত্বই তেওঁলোকৰ অন্য এক পৰিচয় গঢ় দিয়ে।

অসম জীয়ৰী সংঘমিত্ৰা কলিতাক কেবলফক্সৰ তৰফৰ পৰা ‘Digital’ বিভাগত ‘Most Powerful Women’ খিতাপেৰে সন্মানিত কৰা হৈছে।

তেওঁ বর্তমান CNN-ৰ ডিজিটেল নিউজ আৰু প্রগ্ৰেমিং বিভাগৰ চিনিয়ৰ উপ-সভাপতি।

কেবলফক্সৰ মতে, কলিতা “ৰাষ্ট্ৰীয় নিউজ ডেস্ক আৰু সমস্ত প্লেটফর্মজুৰি CNN-ৰ বাতৰি সম্প্ৰসাৰণক নেতৃত্ব দিয়ে।”

কেবলফক্সে জনাইছে, “She has oversight for the Entertainment team, News & Alerting and Mobile & Off-Platform teams, with more than 150 journalists around the globe reporting to her.”

CNN-ৰ উপৰিও কলিতাই ৱাৰ্নাৰ মিডিয়াৰ সৈতে নিজকে নিয়োজিত কৰি ৰাখিছে।

ইয়াক আগেয়ে অনেক শীর্ষস্থানীয় মিডিয়া সংস্থাত কাম কৰা কলিতা দুই কন্যাৰ মাতৃ আৰু তেওঁ এতিয়া নিউ ইয়র্কৰ স্থায়ী বাসিন্দা।

Recent News

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

শীঘ্ৰেই ছাইনা নেহৱালৰ চৰিত্ৰত দৰ্শকে দেখা পাব পৰিণীতি চোপ্ৰাক

বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান

বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ দেহাৱসান

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd