• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইৰাণত উজলিল অসমীয়া চুটি ছবি কানফুচফুচত ফুচফুচনি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 16, 2019 8:10 am

1 min read

Assamese-short-film-shines-in-Iran-1140x570

চুটি ছবি কান ফুচফুচত ফুচফুচনিৰ পোষ্টাৰ।

8k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মহৰ্ষি তুহিন কাশ্যপৰ এখন চুটি ছবি “কান ফুচফুচত ফুচফুচনি’(পয়েট্ৰি অফ হুইছপাৰ্ছ)য়ে অলপতে ইৰাণত অনুষ্ঠিত হৈ যোৱা ইন্টাৰনেশ্যনেল ম’ভিং ফিল্ম ফেষ্টিভেল (আইএমএফএফ)ত শ্ৰেষ্ঠ ষ্টুডেন্ট ফিল্ম (কাহিনী) বঁটা লাভ কৰে।

নিজৰ ফে’চবুক পে’জত কাশ্যপে লিখিছে: ‘’গৌৰৱেৰে শ্বেয়াৰ কৰিছো যে আমাৰ দীৰ্ঘদিনীয়া অনুশীলনৰ ফচল কান ফুচফুচত ফুচফুচনি (পয়েট্ৰি অফ হুইছপাৰ্ছ)য়ে ইৰাণৰ আবানদনত ইন্টাৰনেশ্যনেল ম’ভিং ফিল্ম ফেষ্টিভেল (আইএমএফএফ)ত শ্ৰেষ্ঠ ষ্টুডেন্ট ফিল্ম (কাহিনী) বঁটা লাভ কৰিছে।‘’

“কান ফুচফুচত ফুচফুচনি’ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা ৩০৪৬খন ছবিৰ মাজত নিৰ্বাচিত হৈছিল।

আইএমএফএফৰ দ্বাদশ সংস্কৰণটোত ১২০খন দেশৰ পৰা নিৰ্বাচিত মুঠ ১০৬খন ছবি প্ৰদৰ্শন কৰা হৈছিল।

ইন্টাৰনেশ্যনেল ম’ভিং স্কুলৰ দ্বাৰা আয়োজিত আইএমএফএফ হৈছে এক বাৰ্ষিক আন্তৰ্জাতিক মহোৎসৱ য’ত বিভিন্ন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতাৰ ছবি প্ৰদৰ্শিত হয়।

“কান ফুচফুচত ফুচফুচনি’য়ে চলিত বছৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলতো তৃতীয় পুৰষ্কাৰ লাভ কৰিছিল।

মহৰ্ষি তুহিন কাশ্যপ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজি (জিআইএমটি)ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd