• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ প্ৰেমত পৰিছে জুবিন গাৰ্গ; চেপনৰ বিহু সন্মিলনত জুবিনৰ বিস্ফোৰণ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , May 6, 2019 10:29 pm

1 min read

Zubeen Garg

জুবিন গাৰ্গৰ ফাইল ফটো।

2.5k
VIEWS
Share on FacebookShare on Twitter

আকৌ প্ৰেমত পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। দেওবাৰে শিৱসাগৰৰ চেপনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত দৰ্শকৰ সন্মুখত মুকলিকৈ ক’লে জুবিনে নিজৰ মনৰ কথা।

সংগীতানুষ্ঠানৰ মাজত জনপ্ৰিয় গীত ‘মোৰ মনৰে কল্পনা কবিতা হোৱা নাই’ শীৰ্ষক গীতটো গোৱাৰ পূৰ্বে জুবিনে ক’লে এই গীতটো মই নতুনকৈ প্ৰেমত পৰি লিখিছো।

অবশ্যে প্ৰেমিকাৰ কথা মুকলিকৈ নকলে শিল্পীজনে। মুকলিকৈ নোকোৱাৰ প্ৰসংগত তেওঁ কয় যে মই নামটো কৈ দিলে নিউজত কাড় চিন লগাই ক’ব ‘জুবিন গাৰ্গ কাৰ প্ৰেমত?’

আনহাতে, মঞ্চত নিজৰ খেয়ালী মনেৰে সদায় দৰ্শকক আপ্লুত কৰি ৰখা জুবিনে এটা বাগানীয়া গান গোৱাৰ আগত বাগানীয়া গান গালে এটুপি হাৰিয়া দিব লাগে বুলি মন্তব্য কৰে। ইয়াৰ কাৰণ বৰ্ণনা কৰি তেওঁ কয় বাগানীয়া গানবোৰত হাৰিয়া শব্দটো থাকেই গতিকে ময়ো অলপ হাৰিয়া পান কৰি লও।

তদুপৰি মাতৃক স্মৰণ কৰি জুবিনে তেওঁৰ ‘মা’ এলবামটোৰ এটা সুন্দৰ গীত গাই সকলোকে আপ্লুত কৰে।

উল্লেখ্য যে,  ষষ্ঠবিংশতিতম বাৰ্ষিক চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলত আৰম্ভণি বৰ্ষৰ পৰাই জুবিন গাৰ্গে প্ৰতি বছৰে অনুষ্ঠান পৰিবেশন কৰি আহিছে। চেপন বিহু মঞ্চতেই প্ৰথমবাৰৰ বাবে জুবিন আৰু পাপনে  একেলগে গীত পৰিবেশন কৰিছিল।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd