• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জগত সভালৈ অসমীয়া সংগীত! : জাপানী ৰেডিঅ’ত উজলি উঠিল নৱতম অসমীয়া সংগীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2021 3:04 pm

2 min read

Uri Jaboloi Mon Jai
328
VIEWS
Share on FacebookShare on Twitter

সংগীতৰ কোনো ভাষাৰ সীমাৱদ্ধা নাই, নাই কোনো ভৌগোলিক পৰিধি। ভাল সংগীতে ভাষা-দেশ-কালৰ পৰিধি ভাঙি আগুৱাই লাভ কৰে বিশ্বজনীন আৰু কালসাৰ্বজনীন প্ৰসাৰ আৰু প্ৰচাৰ।

অলপতে মুক্তি লাভ কৰা অসমীয়া এটা গীতেও ভৌগোলিক পৰিধি আৰু ভাষাৰ সীমাৱদ্ধতা চেৰ পেলাই উজলি উঠিছে এছিয়াৰ অন্যতম ঐশ্বৰ্যশালী দেশ জাপানত।

নৱবৰ্ষৰ পহিলা দিনটোতে মুক্তি লাভ কৰা অসমীয়া এই বিশেষ গীতটোৱে জাপানৰ প্ৰসিদ্ধ ৰেডিঅ’ ষ্ট্ৰীট চাউণ্ড ৰেডিঅত সম্প্ৰচাৰিত হৈছে।

অসমীয়া সংগীতকাৰ সিদ্ধাৰ্থ কাশ্যপৰ ৰচনা আৰু সংগীত ব্যৱস্থাপনাৰে তানুপ্ৰিয়া কলিতাই কণ্ঠদান কৰা উৰি যাবলৈ মন যায় শীৰ্ষক এই গীতটো সংগীতৰ প্ৰায়বোৰ প্ৰধান ডিজিটেল প্লেটফৰ্মতে মুক্তি দিয়া হৈছিল।

শনিবাৰে(৫ ফেব্ৰুাৱাৰি) জাপানৰ স্থানীয় সময় সন্ধিয়া ৬.৩০ বজাৰ ষ্ট্ৰীট চাউণ্ড ৰেডিঅৰ সংগীতৰ অনুষ্ঠান ষ্টীভ নিউ মিউজিক ৰিভিউ শ্ব’ নং ১০৩ত অসমীয়া সংগীত ক্ষেত্ৰৰ নৱতম উৰি যাবলৈ মন যায় শীৰ্ষক গীতটো সম্প্ৰচাৰ কৰা হয়।

ষ্ট্ৰীভৰ ৰেডিঅ’ অনুষ্ঠানটো এই লিংকত গৈ শুনিব পাৰিব : https://listen.ssr990.com/alt/

১ ঘণ্টা ১২ মিনিটৰ উক্ত অনুষ্ঠানটোৰ ৩২:৫০-৩৯:২৯ মিনিটত উৰিবলৈ মন যায় গীতটো সম্প্ৰচাৰ কৰা হয়।

গীতটো সম্প্ৰচাৰ হোৱাৰ পিছতেই এছ এছ আৰ ৰেডিঅ’ ইণ্ডি এলায়েন্সৰ শীৰ্ষ ১০ত অন্তভুৰ্ক্ত হ’বলৈও সক্ষম হৈছে উৰিবলৈ মন যায় গীতটো।

আনহাতে অনুষ্ঠানটোৰ এংকৰ ষ্টীভ বেনহামে অনুষ্ঠানৰ সামৰণিত তানুপ্ৰিয়া কলিতাৰ উৰিবলৈ মন যায় গীতটো উচ্চ প্ৰশংসা কৰাও দেখা যায়। যিটো অসমীয়া সংগীতৰ বাবে এক উল্লেখ্যযোগ্য প্ৰাপ্তি বুলি অভিহিত কৰিব পাৰি।

Recent News

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

১০০ দিন অতিক্ৰমিলে কৃষক বিদ্ৰোহে, হাৰিয়ানাত পাঁচ ঘণ্টাজোৰা পথ বন্ধ প্ৰতিবাদী কৃষকৰ

prafulla VS Suresh

বঢ়মপুৰত খেলিব মহন্তই, কংগ্ৰেছ মহাজোঁটে মহন্তক এৰি দিব নেকি সমষ্টিটো?

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

বাংলাদেশ : প্ৰথমবাৰৰ বাবে নিউজ চেনেলত নিউজ ৰীডাৰ হিচাপে দেখা যাব তৃতীয় লিংগৰ ব্যক্তিক

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

আইচিচি টেষ্ট ৰেংকিং : নিউজিলেণ্ডক ওফৰাই শীৰ্ষ স্থানত উপনীত বিৰাট কোহলী বাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd