• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আত্মহত্যা নে হত্যা?: দিল্লীৰ ফ্লেটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ অসমীয়া মহিলাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2019 6:18 pm
WhatsApp Image 2019-03-21 at 4.39.49 PM

প্ৰাক্তন স্বামীৰ সৈতে মৃত অসমৰ মহিলা গৰাকীৰ আলোকচিত্ৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজধানী নতুন দিল্লীত ডেইজী দাস নামৰ এগৰাকী অসমীয়া মহিলাৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে মৃত মহিলা গৰাকীৰ আত্মীয়ৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ বসন্ত কুঞ্জত থকা নিখিল নামৰ এজন বন্ধুৰ ফ্লেটত উদ্ধাৰ হয় কৰ্মসূত্ৰে দিল্লীত বসবাস কৰি থকা হাজোৰ গনেশতলাৰ মহিলা গৰাকীৰ।

মঙলবাৰে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ২০ বছৰ ধৰি দিল্লীত কৰ্মৰত ডেইজীয়ে অভিজাত ঘৰৰ শিশু প্ৰতিপালন কৰা সংস্থা এটাৰ লগত জড়িত হৈ কাম কৰি আছিল।

Apply Now

উল্লেখযোগ্য যে, ২০১১ চনত দিল্লীৰ আশীষ কুমাৰ নামৰ এজন অনা-অসমীয়া ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ নিজৰ নাম সলনি কৰি বিদ্যাৱতী কুমাৰ কৰিছিল ডেইজীয়ে। বিবাহৰ ৪ বছৰ পাছতেই আশীষ কুমাৰৰ লগত বিবাহ বিচ্ছেদ ঘটে এটা কন্যা সন্তানৰ মাতৃ ডেইজীৰ।

মঙলবাৰে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে হাজোত থকা ডেইজীৰ পৰিয়ালৰ লোকক অৱগত কৰে। আকস্মিক ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোকসকল হতভম্ব হৈ পৰে।

আনহাতে, নিখিল নামৰ বন্ধু গৰাকীয়ে ডেইজীয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক জনায় যদিও এই কথা পৰিয়ালৰ লোকসকলে সহজভাবে ল’ব পৰা নাই। মৃত মহিলা গৰাকীৰ আত্মীয়ৰ মতে ডেইজীয়ে আত্মহত্যা কৰা নাই, পৰিকল্পিত ভাবেহে তাইক হত্যা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বিবাহ বিচ্ছেদৰ পৰৱৰ্তী সময়তো ডেইজীয়ে আশীষ কুমাৰৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। কিন্তু নিখিলৰ ফ্লেটত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি স্বাভাৱিকতে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাতো ঘটাৰ পাছতো কিয় নিখিলে আৰক্ষীক খবৰ দিয়া নাছিল বুলি পৰিয়ালৰ লোকে নিখিললৈ সন্দেহৰ আঙুলি টোৱাইছে।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তত এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেই কথা পোহৰলৈ আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd