• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ সাংসদ গৌৰৱ গগৈৰ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2019 10:30 am
Gaurav-Gogoi-Congress-HQ-India-Politics-DKODING

সাংসদ গৌৰৱ গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ গোলাঘাট জিলাত স্থাপন কৰিবলগীয়া ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুলৰ কাম লেহেমীয়া হোৱাৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে এখন পত্ৰ লিখিছে। গগৈয়ে এই প্ৰকল্পটোক ‘ৰাষ্ট্ৰীয় প্ৰকল্প’ৰ মৰ্যাদা দিবলৈয়ো আহ্বান জনায়।

ৰাজনাথ সিঙলৈ লিখা পত্ৰখনত গৌৰৱ গগৈয়ে কয় যে প্ৰয়োজন হ’লে তেওঁ তেওঁৰ সাংসদৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনিৰ সমস্ত ধন  গোলাঘাট জিলাত সৈনিক স্কুল স্থাপনৰ বাবে দান দিবলৈ আগ্ৰহী।

Apply Now

‘’প্ৰক্ৰিয়াটোত দুবছৰ পলম হৈ গৈছে, ইয়াৰ মাজতে মই বিষয়টোত দৃষ্টি আকৰ্ষণ কৰি মুখ্য মন্ত্ৰীলৈ অনুৰোধ কৰি পত্ৰও লিখিছো। আনহাতে, গোলাঘাট জিলাত সৈনিক স্কুল স্থাপন কৰাটো নিশ্চিত কৰিবলৈ আপোনালৈ পত্ৰ লিখাৰ বাহিৰে উপায় বিচাৰি পোৱা নাই। ২০১৬ চনত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা ‘বিভাগীয় অনুমোদন লাভ কৰা সত্ত্বেও ৰাজ্য চৰকাৰখনে ইয়াৰ নিজৰ ফালৰ পৰা ভূমি, শৈক্ষিক তথা আৱাসিক গৃহ, খেল পথাৰ আদিৰ আন্ত:গাঁথনিৰ কামৰ বাবে পুজিৰ বিতৰণ পদ্ধতিৰ গ্ৰহণ বাবে কোনো পদক্ষেপ লোৱা নাই। যদি ৰাজ্য চৰকাৰৰ বাবে পুজিৰ সমস্যা হৈছে, মই এই প্ৰকল্পৰ বাবে মোৰ সাংসদৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনিৰ সমস্ত ধন আগবঢ়াব বিচাৰো,’’-গগৈয়ে তেওঁৰ পত্ৰখনত ব্যক্ত কৰিছে।

তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনত বৰ্তমান মাত্ৰ এখনেই সৈনিক স্কুল নামনি অসমৰ গোৱালপাৰা জিলাত আছে।

‘’উজনি অসমত এনেকুৱা এখন প্ৰতিষ্ঠানৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। হিমাচল প্ৰদেশ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ দৰে বহু ৰাজ্যত দুখন বা ততোধিক সৈনিক স্কুল আছে। অসমৰ ৰাইজৰ স্বাৰ্থত মোৰ আপোনালৈ বিনম্ৰ অনুৰোধ যে আপুনি অসম চৰকাৰৰ সৈতে বিষয়টো আগবঢ়াব। ইয়াক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপেও গ্ৰহণ কৰিব পাৰে আৰু কেন্দ্ৰই পৰ্যাপ্ত পুজি প্ৰদান কৰি প্ৰকল্পটো সম্পূৰ্ণ কৰিব পাৰে,’’ সাংসদ গগৈয়ে পত্ৰখনত এইদৰে কয়।

উল্লেখযোগ্য যে সাংসদ গৌৰৱ গগৈ প্ৰতিৰক্ষা বিভাগৰ সংসদীয় স্থায়ী কমিটিৰ এগৰাকী সদস্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd