DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিংকাথন : অসমৰ ৫০ বছৰীয়া ইৰিণাই সম্পূৰ্ণ কৰিলে ৫৫ কিলোমিটাৰ দৌৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2019 7:39 am
Pinkathon

পিংকাথনৰ দৃশ্য

2.1k
VIEWS
Share on FacebookShare on Twitter

‘স্পীৰিট অব পিংকাথন ৰান’ৰ প্ৰথম সংস্কৰণত তেজপুৰৰ পৰা গুৱাহাটীলৈ দৌৰ আৰম্ভ কৰা ইৰিণা হাজৰিকাই বৃহস্পতিবাৰে ৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।

পিংকাথন পৰামৰ্শদাতা মিলিন্দ সোমনে তেজপুৰত ‘স্পীৰিট অৱ পিংকাথন’ৰ শুভাৰম্ভ কৰিছিল।

পিংকাথন এম্বেচাদৰ অংকিতা কোঁৱৰেও ইৰিণা হাজৰিকাৰ সমৰ্থনত উপস্থিত আছিল।

পঞ্চাশ বছৰীয়া ইৰিণা হাজৰিকাই তেজপুৰৰ পৰা দৌৰ আৰম্ভ কৰি এন্ধাৰ হোৱা বাহে নগাঁও চহৰত দৌৰ সামৰণি মাৰে।

নগাঁৱত নিশা কটোৱাৰ পাছত শুকুৰবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা তেওঁ পুনৰ দৌৰ আৰম্ভ কৰে।

জানিব পৰা মতে, ইৰিণাই শুকুৰবাৰে নিশা জাগিৰোডত কটাব।

তেওঁ শনিবাৰে জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখে দৌৰ আৰম্ভ কৰিব। এই সময়ছোৱাত ইৰিণাই তেজপুৰৰ পৰা গুৱাহাটীলৈ মুঠ ১৬০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।

ফেইচবুকত আপলোড কৰা এটা ভিডিঅ’ত ইৰিণাই কয়, ‘‘আজি মই ৬০ কিলোমিটাৰ দৌৰাৰ লক্ষ্য বান্ধি লৈছিলো কিন্তু ৫৫ কিলোমিটাৰহে অতিক্ৰম কৰিবলৈ সক্ষম হলো। মই ৰাতিপুৱা ৬.১৫ বজাৰ পৰা দৌৰ আৰম্ভ কৰি আবেলি ৫.১৫ ত সামৰণি মাৰিছিলো।’’

পঞ্চাশ বছৰীয়া ইৰিণাই খোৱাৰ বাবে দুঘণ্টা সময়কে ধৰি মুঠ ১১ ঘণ্টাত ৫৫ কিলোমিটাৰ অতিক্ৰম কৰিছে।

ইৰিণাই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত কোনোধৰণৰ জিৰণি নোলোৱাকৈ ৪২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

পিংকাথনৰ পৰামৰ্শদাতা মিলিন্দ সোমনে গুৱাহাটীত পিংকাথন মুকলি কৰিব বুলি শুনাৰ পাছতে পঞ্চাশ বছৰীয়া ইৰিণাই ২০১৫ চনৰ পৰা দৌৰা আৰম্ভ কৰিছিল।

ইয়াৰ পূৰ্বেও ইৰিণাই টাটা মুম্বাই মাৰাথনকে ধৰি বিভিন্ন দৌৰত অংশগ্ৰহণ সফলতাৰে কৰিছে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd