• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ পৰা অপহৃত নাবালিকাক চেন্নাইত উদ্ধাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2019 12:26 pm
kidnapping-1140x570

প্ৰতিনিধিত্বমূলক ফটো। ফটো : ইণ্ডিয়া টি ভি নিউজৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুজন কিশোৰে অপহৰণ কৰা অসমৰ এগৰাকী ১৪ বছৰীয়া ছোৱালীক অলপতে চেন্নাইত আৰক্ষীয়ে উদ্ধাৰ কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীয়ে ছোৱালীজনীক অপহৰণ কৰি নিয়া অপহৰণকাৰীকো আটক কৰিছে আৰু অসমৰ পৰা যোৱা আৰক্ষীৰ এটা দলক শুকুৰবাৰে গটাই দিয়ে। নাবালিকাগৰাকীক আৰক্ষীয়ে মঙলবাৰে উদ্ধাৰ কৰে।

Apply Now

অসমৰ এই নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ পাছত তামিলনাডুৰ চেন্নাই জিলাৰ মাইলাপুৰত এটা চৰকাৰী গৃহলৈ প্ৰেৰণ কৰা হৈছে।

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, কিশোৰ অপহৰণকাৰীক ল’ৰাৰ বাবে থকা এক নিৰীক্ষণ গৃহলৈ নিয়া হৈছে।

বাতৰিত কোৱা হৈছে যে গৱৰ্ণমেন্ট ৰেইলৱে পুলিচে (জি আৰ পি) ছোৱালীজনীক অপহৰণকাৰীৰ সৈতে পোৱাৰ পাছত অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰে।

আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৬৬ (অপহৰণ) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পূৰ্বে,  উপ আৰক্ষী অধীক্ষক মুৰুগান আৰু পৰিদৰ্শক থমাছ জেছুদাছনৰ নেতৃত্বত জি আৰ পিৰ এটা দলে অপহৰণৰ ঘটনাটো সন্দৰ্ভত অসম আৰক্ষীৰ পৰা লাভ কৰা বিশেষ তথ্য, ছোৱালীজনী আৰু তাইৰ অপহৰণকাৰীৰ ফটোগ্ৰাফৰ লগতে এজাহাৰৰ কপি সকলো আৰক্ষী বিষয়ালৈ প্ৰেৰণ কৰিছিল।

জি আৰ পিৰ দলটোৰ সদস্যসকলে হাওৰাৰ পৰা গৈ চেন্নাইৰ চেন্ট্ৰেল ৰেইলৱে ষ্টেশ্যনত উপস্থিত হোৱাৰ পাছতে কৰ’মণ্ডল এক্সপ্ৰেছৰ প্ৰতিটো ডবাতে পুংখানপুংখভাৱে তালাচী চলায়। তালাচীৰ সময়ত জি আৰ পিৰ দলটোৱে অপহৃত ছোৱালীজনী আৰু তাইৰ অপহৰণকাৰীকে ধৰি তিনিওজনকে বিচাৰি উলিয়াবলৈ সক্ষম হয়।

আৰক্ষী সঞ্চালক প্ৰধান (ৰেইলৱে) চি শৈলেন্দ্ৰ বাবুৱে অপহৃত ছোৱালীজনীক উদ্ধাৰৰ ক্ষেত্ৰত জি আৰ পি দলটোৱে গ্ৰহণ কৰা তৎপৰতাৰ তথা তেওঁলোকৰ সাফল্যৰ বাবে প্ৰশংসা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd