• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ইণ্ডিয়াজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ ‘সাতসৰী’ৰ বিহুনৃত্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2019 10:05 am
236
VIEWS
Share on FacebookShare on Twitter

সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘সাতসৰী’ৰ বিহুনৃত্যই ‘ইণ্ডিয়াজ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ কৰিলে। দেওবাৰে অৰ্থাৎ ৩১ মাৰ্চত সোণাৰাম হাইস্কুল খেলপথাৰত সাতসৰীৰ উদ্যোগত ৮৩৭ গৰাকী নাচনী, ১৩৭ জন ঢুলীয়াই একেলগে ৭ মিনিট বিহুনাচ প্ৰদৰ্শন কৰি এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

অনুষ্ঠানত বিচাৰক হিচাপে ইণ্ডিয়াজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বিষয়া প্ৰণৱ কুমাৰ, প্ৰিয়ংকা মেহতা, মহম্মদ শ্বাহাবুদ্দিন আৰু গীণিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা চেতাৰবাদক কুন্তল ৰাজ চক্ৰৱৰ্তী উপস্থিত থাকি সমূহীয়া এই বিহুনৃত্যক স্বীকৃতি প্ৰদান কৰে।

বিহুনৃত্য অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে ভাষণত কয় যে, ‘বিশ্ব অভিলেখ গঢ়াৰ লগতে শান্তি-সম্প্ৰীতিৰ বাৰ্তা সমগ্ৰ বিশ্বতে বিলাই দিয়াৰ উদ্দেশ্যে সাতসৰীয়ে যি উদ্যোগ হাতত লৈছে, তাৰবাবে মই উদ্যোক্তালৈ ওলগ জনাইছো।‘

অনুষ্ঠানৰ আৰম্ভণিতে মধুকুঞ্জ মহিলা চ’ৰাৰ সদস্যসকলে এটি সমৱেত গীত পৰিৱেশন কৰে। ইয়াৰ পিছতে আদৰণী ভাষণ প্ৰদান কৰি সাতসৰীৰ সভানেত্ৰী মন্দিৰা বৰুৱাই এই অনুষ্ঠানৰ জৰিয়তে অসমীয়াৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্টা কৰাৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে।

অনুষ্ঠানৰ শেষত ইণ্ডিয়াজ ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰা পৰা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক একোখনকৈ প্ৰমাণপত্ৰ আৰু একোটাকৈ মেডেল প্ৰদান কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd