• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূতৰ ওপৰত দানহ! অসমত প্ৰথমগৰাকী ব্লেক ফাংগ’ছ ৰোগীক চিনাক্ত কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 7:38 am
bf
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনাৰ ত্ৰাসত সন্ত্ৰস্ত অসমত মংগলবাৰে নিশা প্ৰথমগৰাকী ব্লেক ফাংগ’ছ ৰোগীৰ ধৰা পৰিছে।

এক সূত্ৰৰ মতে মংগলবাৰে নিশা গুৱাহাটী মহানগৰীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ থকা কোভিড১৯ত আক্ৰান্ত এগৰাকী ২৭ বছৰীয়া যুৱকৰ শৰীৰত ব্লেক ফাংগ’ছ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

Apply Now

হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুদিনৰ পূৰ্বে কোবিড আক্ৰান্ত যুৱকজনক এপল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

যুৱকজনৰ শৰীৰত ব্লেক ফাংগ’ছ মিউক’ৰ্মাইকোচিছ ভাইৰাছ বিধ ক’ৰ পৰা সংক্ৰমিত হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আনহাতে ব্লেক ফাংগ’ছ আক্ৰান্ত হোৱা যুৱকজনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ হৈ আছে বুলি জনাইছে চিকিৎসালয়খনৰ এক সূত্ৰই।

দেশৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই প্ৰকাশ কৰা মতে এই মিউক’ৰ্মাইকোচিছ ব্লেক ফাংগ’ছ ভাইৰাছে বিশেষকৈ মাটি আৰু ক্ষয় যোৱা জৈৱিক পদাৰ্থ, যেনে পাত, পচন সাৰৰ স্তূপ বা পচা কাঠ আদিত বাস কৰে।

ভাইৰাছ বিধে নাক, মুখ আৰু কটা ঘাৰেদি মানুহৰ শৰীৰত প্ৰৱেশ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা লোকক প্ৰধানত আক্ৰমণ কৰে।

কিডনী, ডাইবেটিছ, কেঞ্চাৰ আদি ৰোগত ভুগি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা লোকক এই ভাইৰাছ বিধে অধিকতৰ ভাৱে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ভাইৰাছবিধ হাওঁফাও, মগজু, চকু, চাইনাছ আদিত সংক্ৰমিত হয়। হাওঁফাওত সংক্ৰমণ ঘটিলে উশাহত কষ্ট পোৱাৰ লগতে মগজুত সংক্ৰমিত হ’লে চকু আক্ৰান্ত হৈ ৰোগীয়ে দৃষ্টি শক্তি হেৰুওৱাৰ উপক্ৰম হয়। ভাইৰাবিধ সংক্ৰমিত হোৱাৰ প্ৰাথমিক অৱস্থাত ধৰা পৰিলে ৰোগীয়ে আৰোগ্য লাভ কৰে বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে।

“যেতিয়া ৰোগী এজনক অক্সিজেন দিয়া হয়, আৰ্দ্ৰ কন্টেইনাৰৰ পৰা এই ভাইৰাছ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এইটো নিশ্চিত কৰিব লাগে যে হিউমিডিফায়াৰৰ পৰা যাতে পানী নিগৰি নাযায়,” চৰকাৰী এক পৰামৰ্শত এইদৰে কোৱা হৈছে।

ভাৰতত কোভিড নিগেটিভ হোৱা কিছু ৰোগী ব্লেক ফাংগ’ছত আক্ৰান্ত হোৱা দেখা গৈছে। চিকিৎসকৰ মতে এই ৰোগৰ পৰা আৰোগ্য হাৰৰ হৈছে প্ৰায় ৫০ শতাংশ।

প্ৰথাৱস্থাত ভাইৰাছবিধ সংক্ৰমিত হোৱা ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা আৰোগ্য লাভ কৰাতো প্ৰায় নিশ্চিত বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য বিশেষজ্ঞসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd