DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোৰহাটত ধৰা পৰিছে অসমৰ প্ৰথমজন ক’ৰ’না ভাইৰাছ আক্ৰান্ত

এটি চাৰে চাৰি বছৰীয়া শিশুৰ শৰীৰত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ বিধ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 21, 2020 10:30 pm
Coronavirus-750x375.jpg1

প্ৰতিনিধিত্বমূলক ছবি

1.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত্ৰাস সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছে এইবাৰ অসম পালেহি।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ কৰাটিয়ে যোৰহাটৰ এটি চাৰে চাৰিবছৰীয়া শিশুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ বীজাণু ধৰা পৰা কথা নিশ্চিত কৰিছে।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰীক্ষাগাৰত সম্পন্ন হোৱা নমুনাৰ টেষ্টত শিশুটিৰ শৰীৰত ক’ৰ’না ভাইৰাছ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

জিলা উপায়ুক্ত গৰাকীয়ে শিশুটিৰ শৰীৰ সংগৃহীত নমুনা পুনৰবাৰ পৰীক্ষা কৰিবলৈ ডিব্ৰুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছি বুলিও জানিবলৈ দিছে।

যোৰহাট জিলাৰ পুলিবৰৰ শিশুটিয়ে মাতৃ আৰু ভগ্নীৰ সৈতে বিহাৰৰ পৰা যোৱা ১৯ মাৰ্চত ৰেইলযোগে যোৰহাটলৈ আহিছিল। এইদৰে কয় জিলা উপায়ুক্ত গৰাকীয়ে।

উল্লেখ্য যোৱা ২০ মাৰ্চত আশা কৰ্মী, এ এন এম নাৰ্ছ আৰু এম পি ডব্লিউ কৰ্মীয়ে আক্ৰান্ত শিশুটিৰ ঘৰলৈ গৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ আটাইকেইগৰাকী নি শৰীৰৰ নমুনা সংগ্ৰহ কৰিছিল।

পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰাৰ পিছত আজি শিশুটি শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে চিকিৎসকে।

ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ সদস্যসকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আইচ’লেশ্যন কক্ষলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd