• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কিংছ কাপ’ৰ বাবে নিৰ্বাচিত ভাৰতীয় ফুটবল দলত অসমৰ বিনীত ৰায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 2, 2019 4:39 pm

1 min read

Vinit-Rai-Chamling

বিনীত ৰায় : ফাইল ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাবে আৰু এক সুখবৰ কঢ়িয়াই এইবাৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিছে অসমৰ এজন খেলুৱৈয়ে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ প্ৰতিভাৱান ফুটবলাৰ গৰাকী হ’ল বিনীত ৰায়।

অহা ৫ জুনৰ পৰা ৮ জুনলৈ থাইলেণ্ডত অনুষ্ঠিত হ’ব লগীয়া কিংছ কাপৰ বাবে শনিবাৰে ঘোষিত ভাৰতৰ ২৩ জনীয়া খেলুৱৈৰ তালিকাত বিনীত ৰায়ৰ স্থান নিশ্চিত হোৱাত আনন্দিত প্ৰকাশ কৰিছে অসম ফুটবল সংস্থাই।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান গৰাকীৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।

নৱ নিযুক্ত মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে বাচনি কৰা দলত বিনীতে মিড ফিল্ডাৰৰ দায়িত্ব পালন কৰিব। উল্লেখ্য যে যোৱা বছৰ চীনৰ বিৰুদ্ধে সেই দেশত অনুষ্ঠিত হোৱা এখন প্ৰীতি খেলতো বিনীতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

উল্লেখ্য যে প্ৰশিক্ষক ষ্টিমাকৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে খেলিব লগীয়া ভাৰতে কিংছ কাপৰ অভিযান কুৰাকাও (Curacao)ৰ বিৰুদ্ধে আৰম্ভ কৰিব।

Recent News

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

ৱেষ্ট ইণ্ডিজক হৰুৱাই এদিনীয়া শৃংখলাত বাংলাদেশৰ শ্ৰেষ্ঠত্ব

WhatsApp Image 2021-01-23 at 11.48.57 AM

ৰাহানেৰ মহানুভৱতা! কেংগাৰুৰ প্ৰতিকৃতি থকাৰ বাবেই নাকাটিলে কেক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd