• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লণ্ডনত সন্মানিত অসমৰ ইন্টেৰিয়ৰ ডিজাইনাৰ কৰিস্মা কাকতি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2019 8:00 am
Karishma

কৰিস্মা কাকতিয়ে গ্ল’বেল ইণ্ডিয়ান বিজনেছ এক্সিলেন্স এৱাৰ্ডছ ২০১৯’ত ‘বৰ্ষটোৰ শ্ৰেষ্ঠ উদীয়মান ইন্টেৰিয়ৰ ডিজাইন প্ৰফেছনেল’ বঁটা গ্ৰহণ কৰা মুহূৰ্তত। ফটো : কৰিস্মা কাকতিৰ ফেচবুক

1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ কৰিস্মা কাকতি গ্ল’বেল ইণ্ডিয়ান বিজনেছ এক্সিলেন্স এৱাৰ্ডছ ২০১৯’ত ‘বৰ্ষটোৰ শ্ৰেষ্ঠ উদীয়মান ইন্টেৰিয়ৰ ডিজাইন প্ৰফেছনেল’ হিচাপে সন্মানিত হৈছে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানটো লণ্ডনৰ হাউছ অৱ কমনছত অনুষ্ঠিত হৈছিল। কৰিস্মা হৈছে কে এ ডিজাইন নামৰ ইন্টেৰিয়ৰ ডিজাইন ফাৰ্মখনৰ প্ৰতিষ্ঠাপক তথা মুখ্য ইন্টেৰিয়ৰ ডিজাইনাৰ।

বিশ্বৰ মঞ্চত নিজৰ গৃহৰাজ্য অসমক প্ৰতিনিধিত্ব কৰি আনন্দিত কৰিস্মা কাকতিয়ে তেওঁৰ ফেচবুকত পেজত প্ৰকাশ কৰিছে: ‘’মোৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ এয়া এক ধৰণৰ আনন্দ আছিল…’’

অনুষ্ঠানটোৰ আয়োজক আছিল এক আগশাৰীৰ ব্ৰেণ্ড ব্যৱস্থাপনা পৰামৰ্শদাতা তথা গৱেষণা ফাৰ্ম ডব্লিউ বি আৰ য়ু কে লিমিটেড। ব্যৱসায়ত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক সন্মানিত কৰাৰ বাবে প্ৰতিবছৰে এই বঁটা প্ৰদান অনুষ্ঠানটোৰ আয়োজন কৰা হয়।

কৰিস্মা কাকতিয়ে পূৰ্বে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। তেওঁ ইণ্ডিয়ান লীডাৰশ্বিপ এৱাৰ্ড ২০১৮’ লাভ কৰাৰ লগতে য়িয়ং আইকন এৱাৰ্ডো লাভ কৰিছিল।

তেওঁৰ ফাৰ্ম কে এ ডিজাইনে ‘’ইণ্ডিয়াজ ম’ষ্ট প্ৰমিনেন্ট আৰ্কিটেক্ট এণ্ড ডিজাইন এৱাৰ্ডছ ২০১৮’’ত লীডিং ইন্টেৰিয়ৰ ডিজাইনাৰ ফাৰ্ম ২০১৮’ বঁটা লাভ কৰিছিল।

সমগ্ৰ ভাৰতবৰ্ষতে কে এ ডিজাইনে ডাঙৰ আৰু বিলাসী আৱাসিক, বাণিজ্যিক, অতিথিশালাৰ প্ৰকল্পৰ সৈতে জড়িত হৈ কাম কৰি আহিছে।

কৰিস্মা কাকতিয়ে নইডাৰ এমিটি য়ুনিভাৰ্ছিটিৰ পৰা ইন্টেৰিয়ৰ ডিজাইনত বি এছ চি ডিগ্ৰী কৰিছিল। অতি মেধাবী মহিলা ব্যৱসায়ীগৰাকীয়ে য়ুনিভাৰ্ছিটিখনৰ পৰা স্বৰ্ণ পদকো লাভ কৰিছিল।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd