• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে নিৰ্বাচিত অসমৰ ‘বেগী বলাৰ’ মুখতাৰ হুছেইন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2019 2:19 pm
Mukhtar Hussain

মুখতাৰ হুছেইন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা ৰিয়ান পৰাগৰ পাছত এইবাৰ আন এজন অসম ক্ৰিকেটাৰৰ বাবে গৌৰৱান্বিত হৈছে ক্ৰিকেটপ্ৰেমী। ২০১৮-১৯ বৰ্ষৰ ৰঞ্জি ছিজনত দেখুওৱা প্ৰদৰ্শনৰ ভিত্তিত অসমৰ বেগী বলাৰ মুখতাৰ হুছেইন নিৰ্বাচিত হৈছে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে।

চেন্নাইস্থিত এম আৰ এফ পেচ ফাউণ্ডেশ্বনে অসমৰ এইগৰাকী বেগী বলাৰক উন্নতমানৰ প্ৰশিক্ষণৰ বাবে অষ্ট্ৰেলিয়াৰ ব্ৰীছবেন ভ্ৰমণলৈ নিৰ্বাচিত কৰিছে।

Apply Now

অহা ১১ মে’ৰ পৰা ২৫ মে’লৈ হ’ব লগীয়া দুই সপ্তাহৰ ভ্ৰমণকালত মুখতাৰ হুছেইনৰ ৩ডি বায়’কেমিকেল টেষ্ট লোৱাৰ উপৰি ব্ৰীছবেনৰ ৰাষ্ট্ৰীয় ক্ৰিকেট কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ’ব। এই কথা জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই।

যোৱাটো ৰঞ্জি ছিজনত অসম দলত আত্মপ্ৰকাশ ঘটিছিল মুখতাৰ হুছেইনৰ। অভিষেক ছিজনতে কেইবাটাও দুৰ্ধৰ্ষ বলিং স্পেলেৰে কেইবাখনো মেচত অসমৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা মুখতাৰে ৯খন মেচত ৪০টা উইকেট দখল কৰিছিল।

সেই প্ৰদৰ্শনৰ ভিত্তিতে অসমৰ এইগৰাকী প্ৰতিভাৱান বলাৰক উচ্চমানৰ প্ৰশিক্ষণৰ বাবে এম আৰ এফ পেচ ফাউণ্ডেশ্বনে নিৰ্বাচিত কৰিছে। মুখতাৰৰ উপৰি কৰ্ণাটকৰ বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণাও উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰিব।

উল্লেখ্য যে ভাৰতৰ ক্ৰিকেটৰ দীৰ্ঘদিনীয়া বলিং সমস্যাৰ অন্ত পেলাবলৈয়ে এইদৰে প্ৰতিভাসম্পন্ন বেগী বলাৰ সকলক নিৰ্বাচিত কৰি অষ্ট্ৰেলিয়াত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd