• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক ভোট নিদিবলৈ মুকলি আহ্বান তাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 30, 2019 7:33 pm
Cyclone Amphan: PM Modi to visit affected areas in WB, Odisha

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ অসমৰ ৰাইজক মুকলি আহ্বান জনাইছে আহোম জাতীয় সংগঠন তাই আহোম যুৱ ছাত্ৰ সন্মিলনে।

উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক প্ৰতিবাদৰ পিছতো ক্ষমতালৈ আহিলেই বিতৰ্কিত নাগৰিকত্ব বিধেয়কখন গৃহীতকৰণৰ ঘোষণা কৰা বাবে দলটোক নিৰ্বাচনত এই শিক্ষা দিয়াৰ আহ্বান জনাইছে সংগঠনটোৱে।

Apply Now

“বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ সাতামপুৰুষীয়া ঐক্য, সম্প্ৰীতি, ভাষা, কৃষ্টি, সংস্কৃতি, ধৰ্মৰ লগতে জাতীয় অস্তিত্বৰ  প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়া জাতি ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। এইবাৰ ৰাজ্যসভাত এই বিল উত্থাপন কৰিব নোৱাৰিলে যদিও বিজেপিৰ স্বয়ং ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি পুনৰ ক্ষমতালৈ আহিলে এই আইন প্ৰণয়ন কৰা হ’ব বুলি ঘোষণা কৰিছে। বিগত সময়ত খিলঞ্জীয়া অসমীয়া ৰাইজৰ ব্যাপক গণ প্ৰতিবাদ, আন্দোলনক নস্যাৎ কৰি অসমীয়া মানুহৰ জাতীয় আৱেগ-অনুভূতি ভৰিৰে মোহাৰি চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিছে। এনে এটা ধুৰন্দৰ, দগাবাজ আৰু মিথ্যাচাৰী নেতাৰদ্বাৰা পৰিচালিত ৰাজনৈতিক দল বিজেপিক ভোটদান কৰি পুনৰ ক্ষমতালৈ আনিলে ভৱিষ্যত দিনত শান্তিপূৰ্ণ অসম গুজৰাট, উত্তৰ প্ৰদেশৰ দৰে অগ্নিগৰ্ভা হৈ পৰিব। অসম দ্বিতীয় ত্ৰিপুৰা হোৱাৰ পথত। গতিকে এনে এটা বিশ্বাসঘাটক, সাম্প্ৰদায়িক, মিথ্যাচাৰী দলক ভোটদান নকৰিবলৈ সংগঠনটোৱে পোনপটীয়াকৈ আহ্বান জনাইছে,” সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি চাও হিটলাৰ দিহিঙ্গীয়াৰ বিবৃতিত প্ৰকাশ।

তাৰোপৰি তাই আহোমকে ধৰি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰতো বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰা বুলি অভিহিত কৰি গেৰুৱা দলটোক পুনৰ প্ৰতাৰণাৰ সুযোগ নিদিবলৈয়ো অসমৰ ৰাইজক সংগঠনটোৱে আহ্বান জনাইছে।

শেহতীয়াকৈ অশ্বিনী চেতিয়াৰ বিজেপি গমনে আহোম জাতীয় সংগঠন আটাছুক “নিকা আৰু প্ৰগতিশীল” কৰিছে বুলিও অভিহিত কৰিছে তাই আহোম যুৱ ছাত্ৰ সন্মিলনীয়ে।

“এজন সুবিধাবাদী, তথাকথিত নেতা” বুলি অভিহিত কৰি সংগঠনটোৱে দাবী কৰে চেতিয়াই নিৰ্বাচনত একো প্ৰভাৱ পেলাব নোৱাৰে।

“বিশ্বাসঘাটক নেতাৰে পৰিপূৰ্ণ বিজেপিত অশ্বিনী কুমাৰ চেতিয়া নামৰ সুবিধাবাদী তথাকথিত নেতাগৰাকীৰ গমনে আহোম ভোটাৰক প্ৰভাৱান্বিত কৰিব বুলি যদি বিজেপিয়ে ভাবিছে তেন্তে তেওঁলোকৰ অলীক কল্পনা। তাই আহোম জনগণে এই নেতাজনক কেতিয়াবাই প্ৰত্যাখান কৰিছে,” সংগঠনটোৰ মত।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd